ETV Bharat / state

বাক্সাৰ বৰমা সমষ্টিত দুখনকৈ আদৰ্শ গাওঁ স্থাপন - model village

বাক্সা জিলাত দুখনকৈ আদৰ্শ গাঁও স্থাপন কৰিলে উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷

বাক্সাৰ বৰমা সমষ্টিত দুখনকৈ আদৰ্শ গাওঁ স্থাপন

author img

By

Published : Feb 3, 2021, 9:56 PM IST

বাক্সা, 3 ফেব্ৰুৱাৰী : আদৰ্শ গ্ৰাম যোজনা আঁচনিৰ অধীনত 62 নং বৰমা সমষ্টিৰ অন্তৰ্গত বাগানপাৰা আৰু সুৱনখাটা গাৱঁক আদৰ্শ গাওঁ হিচাপে আজি বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই শুভ উন্মোচন কৰে ৷ আদৰ্শ গাঁৱৰ লগত সংগতি ৰাখি সৌৰ শক্তিসম্পন্ন ষ্ট্ৰীট লাইটৰো আধাৰশিলা স্থাপন কৰে ৷

বাক্সাৰ বৰমা সমষ্টিত দুখনকৈ আদৰ্শ গাওঁ স্থাপন

তাৰোপৰি সুৱনখাটা হাইস্কুলত ডিজিটেল ক্লাচ ৰুম, সুৱনখাটাত কমিউনিটি হ’ল আৰু সুৱনখাটাস্থিত ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বীপ মেলাৰ পথাৰৰ গেট আৰু বাউণ্ডেৰী বেৰ দিয়াৰ বাবেও আধাৰশিলা স্থাপন কৰে বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷

পৰৱৰ্তী পৰ্য্যায়ত সমষ্টিটোত উন্নয়নৰ কাৰণে অধিক পূঁজি আৱন্টন দিয়া হ’ব বুলিও কয় উপায়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক : প্ৰমোদ বড়োৰ বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.