ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - Diganta Kalita criticizes Congress

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Aug 8, 2022, 5:11 PM IST

Commonwealth Games 2022 : বেডমিন্টনত স্বৰ্ণ অৰ্জন পি ভি সিন্ধুৰ

কমনৱেলথ গেমছত পুনৰ ভাৰতৰ শিৰত আন এক স্বৰ্ণ ৷ এইবাৰ কমনৱেলথ গেমছত স্বৰ্ণ আঁজুৰি আনিলে ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে(PV Sindhu won gold medal in badminton) ৷ মহিলাৰ একক শাখাত ভাৰতীয় শ্বাটলাৰ সিন্ধুৱে কানাডাৰ মিচেল লিক পৰাস্ত কৰি অৰ্জন কৰে স্বৰ্ণ পদক(PV Sindhu Clinches Elusive Singles Gold Medal) ।

Sanjay Raut to 14 day judicial: সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ই ডিৰ জিম্মাৰ সময়সীমা শেষ হোৱাৰ পিছতেই মুম্বাইৰ বিশেষ পি এম এল এ ন্যায়াধীশ এম জি দেশপাণ্ডেয়ে শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউটক (MP Sanjay Raut to 14 day judicial) ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

School bus accident in Guwahati: গুৱাহাটীত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত, সুৰামত্ত অৱস্থাত চালকক আটক

মহানগৰীৰ গীতানগৰত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত হ’ল মাৰীয়া স্কুলৰ বাছ (School bus accident in Guwahati)। সুৰামত্ত অৱস্থাত আছিল স্কুল বাছখনৰ চালক ৷

Heavy Storm in Lakhimpur: নিশা অহা প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে লখিমপুৰৰ বহু অঞ্চল, নিহত এজন লোক

মাজ নিশা সুখ নিদ্ৰাত মগ্ন সকলো । কিন্তু হঠাৎ বিজুলী ঢেৰেকনিৰে অহা এজাক প্ৰচণ্ড ধুমুহাই নিমিষতে তচনচ কৰি পেলালে সকলো (Storm devastated several areas of Lakhimpur overnight) । প্ৰবল ধুমুহাই উৰুৱাই লৈ যায় বহুতৰে মৰমৰ আপোন ঘৰখন । ধুমুহাৰ ফলত মৃত্যু হৈছে এজন লোকৰ ৷

APDC employees protest: বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত প্ৰতিবাদ

বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত ৰাজ্যজুৰি বিদ্যুৎ কৰ্মচাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ (Protest against the electricity amendment bill 2022) ৷

Traffic rule Violation: বন্ধ পথেৰে ধনৰ বিনিয়মত গধুৰ যান-বাহন পৰাপাৰ কৰাইছে কোনে ?

বেঁকী নৈৰ ভয়ংকৰ গৰাখনীয়াৰ পৰিণতিত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ২ নং বিকল্প ৰাজ্যিক ঘাইপথটো বানপানী আৰু খহনীয়াৰ কবলত পৰি নদীৰ বুকুত বিলীন হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে । কিন্তু প্ৰশাসনৰ নিৰ্দেশনাক এক প্ৰকাৰ বুঢ়া আঙুলি প্ৰদৰ্শন কৰি বন্ধ পথেৰে অনায়াসে চলাচল কৰি আছে গধুৰ যান-বাহনসমূহ ।

Protest in Sivsagar : বিদ্যুৎ সংশোধনী বিধেয়ক 2022 বাতিলৰ দাবীত শিৱসাগৰত প্ৰতিবাদ

বিজেপি চৰকাৰৰ বিদ্যুৎ সংশোধনী বিধেয়ক 2022-ক লৈ শিৱসাগৰত তীব্ৰ বিৰোধ বিদ্যুৎ কৰ্মচাৰী সন্থাৰ (Electricity Employees Association protest in Sivsagar) ৷ আনকি বিদ্যুৎ সংশোধনী বিধেয়ক 2022 ৰ ( Electricity Amendment Bill 2022) জৰিয়তে বিজেপি চৰকাৰে বিদ্যুৎ বিভাগ ব্যক্তিগতকৰণৰ প্ৰচেষ্টা আখ্যা প্ৰতিবাদী বিদ্যুৎকৰ্মীৰ ৷

National Handloom Day: বৰমাত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশ

বাক্সাৰ বৰমাৰ খাৰুৱাজানস্থিত ইন্টিগ্ৰেটেড টেক্সটাইল পাৰ্কত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহ (National Handloom Day and Weavers Ceremony at Barama Baksa) । ৭ আগষ্টৰ পৰা অহা ২০ আগষ্টলৈ চলিবলগা এই বস্ত্ৰমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশৰ ।

Diganta Kalita criticizes Congress: আগন্তুক লোকসভা নিৰ্বাচনত উঃপূঃৰ এজনো কংগ্ৰেছী সাংসদ জয়ী হ'ব নোৱাৰে !

২০২৪ চনত লোকসভা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজনো কংগ্ৰেছ সাংসদ যাতে বিজয়ী হ'ব নোৱাৰে, তাৰ বাবে বিজেপি দল সংকল্পবদ্ধ বুলি উল্লেখ কৰিলে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই(MLA Diganta Kalita criticizes Congress)। দেওবাৰে কমলপুৰ সমষ্টিৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি বিধায়কগৰাকীয়ে কয় যে কংগ্ৰেছে এতিয়া দল বচাও অভিযানহে কৰিব লাগে ।

Massive Erosion in Jonai : জোনাইৰ বালিজানত শুকান নলাৰ ভয়ংকৰ খহনীয়া

অসম-অৰুণাচল সীমান্তৰ জোনাইৰ ‌বালিজান গাঁৱৰ মাজৰে বৈ অহা শুকান নলাৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে বালিজান গাঁৱকে ধৰি প্ৰায় পোন্ধৰ-বিছখন গাঁৱৰ ৰাইজক (Massive Erosion in Jonai ASsam) । প্ৰতি বছৰে এই নদীৰ খহনীয়াই বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে জাহ যায় বহু পৰিয়ালৰ ঘৰ-বাৰী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.