ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 10, 2022, 3:03 PM IST

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Top 10 at 3 PM
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

IIT Guwahati Suicide Case : IIT ৰ D-022 নং কোঠাত আত্মহত্যা অধ্যাপকৰ

IIT গুৱাহাটীত পুনৰ আত্মহত্যাৰ ঘটনা (IIT Guwahati Suicide Case) ৷ এইবাৰ আত্মহত্যা কৰিলে অধ্যাপকে ৷ শুকুৰবাৰে অধ্যাপক আৱাসৰ D-022 নং কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অধ্যাপক ড৹ সমীৰ কামালৰ মৃতদেহ ৷

Demand of special package: যোৰহাটত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত বিশেষ পেকেজ ঘোষণাৰ দাবী

১৫ ডিচেম্বৰত যোৰহাটত জিলাত পোন প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক(Himanta Biswa Sharma Government Cabinet Meeting) । উক্ত বৈঠকৰ বাবে জিলাখনৰ যিসমূহ অৰ্ধনিমিত তথা বিধ্বস্ত পথ আছে সেইসমূহ পুনৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ(Cabinet meeting in Jorhat on December 15) । মাথো কোনো ত্ৰুটি নৰখাকৈ সৰ্বাংগ সুন্দৰ ৰূপত সজাই পৰাই তোলা হৈছে যোৰহাট নগৰখন ।

Government school of Assam: অসমৰ ৭৬৯১ খন বিদ্যালয়ত নাই পুথিভঁৰালৰ সুবিধা

কেন্দ্ৰৰ প্ৰতিবেদনত উন্মোচিত অসমৰ শিক্ষাখণ্ডৰ শোচনীয় অৱস্থা । বহু শিক্ষানুষ্ঠানত পুথিভঁৰাল আছে যদিও কিতাপৰ অভাৱ (Many schools in Assam do not have library facilities)। ডিজিটেল পুথিভঁৰালৰ ক্ষেত্ৰতো পিছপৰি আছে অসম । ৰাজ্যখনত মাত্ৰ ৩১৪ খন বিদ্যালয়ত ডিজিটেল পুথিভঁৰাল আছে । ইণ্টাৰনেট সংযোগ থকা বিদ্যালয়ৰ হাৰ হৈছে মাত্ৰ ৪.৮৩ শতাংশ । ৰাজ্যৰ ৫৭.৬২ শতাংশ বিদ্যালয়তহে আছে বিদ্যুৎ সংযোগ ।

Annual meeting between India and Russia: বাৰ্ষিক সন্মিলনৰ বাবে ৰাছিয়ালৈ নাযায় প্ৰধানমন্ত্ৰী !

ৰাছিয়াৰ সূত্ৰৰ মতে ভাৰতত অনুষ্ঠিত হ'বলগীয়া G-20 বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । কিন্তু এইবছৰ বাৰ্ষিক সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়া ভ্ৰমণ নকৰে (PM Modi will not go to Moscow for annual meeting)। সময়ৰ অভাৱৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া ভ্ৰমণ নকৰে ।

Government changed in Himachal: 1 শতাংশ ভোটৰ বাবেই হিমাচলত সলনি হ’ল চৰকাৰ

হিমাচল প্ৰদেশত এক শতাংশতকৈও কম ভোটৰ ব্যৱধানত ক্ষমতা হেৰুৱালে বিজেপিয়ে । এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৩% ভোট আৰু কংগ্ৰেছে ৪৩.৯০% ভোট লাভ কৰে(Vote percentage in Himachal) । সংখ্যাৰ ক্ষেত্ৰত এই পাৰ্থক্য ৩৮ হাজাৰতকৈও কম । কিন্তু ইয়াৰ বাবেই বিজেপিয়ে ১৫খন আসন হেৰুৱালে । হিমাচল প্ৰদেশৰ মুঠ ৬৮ খন আসনত কংগ্ৰেছে ৪০ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২৫ খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩ খন আসন লাভ কৰিছে । এই সন্দৰ্ভত পঢ়ক আমাৰ এক প্ৰতিবেদন...

Sulochana Chavan passes away:পদ্মশ্ৰী বঁটা বিজয়ী সুলোচনা চৱনৰ 89 বছৰ বয়সত মৃত্যু ঘটে

পদ্মশ্ৰী বঁটা বিজয়ী কণ্ঠশিল্পী সুলোচনা চৱনে 89 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে (Sulochana Chavan news) । আজি সন্ধিয়া দক্ষিণ মুম্বাইৰ মেৰিন লাইনত তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব ।

Fortnight for Development: বিশ্বনাথত মুখ্যমন্ত্ৰীয়ে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলাৰ লগতে কৰিব শুভ উদ্বোধন

বিশ্বনাথ জিলাত আয়োজিত কৰা হৈছে ‘‘বিকাশৰ বাবে এটা পষেক’’ শীৰ্ষক এটা অনুষ্ঠান (Fortnight for Development program in Biswanath) ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কিছু সময়ৰ পাচতে বিশ্বনাথত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

সম্পত্তিৰ বিবাদক লৈ পুত্ৰই হত্যা কৰিলে অভিনেত্ৰী বীণা কাপুৰক

প্ৰবীণ অভিনেত্ৰী বীণা কাপুৰক তেওঁৰ পুত্ৰই সম্পত্তি দখল কৰাৰ প্ৰচেষ্টাত হত্যা কৰে, এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে । অভিযোগ অনুসৰি তেওঁৰ পুত্ৰ শচীন কাপুৰে মঙলবাৰে ৰাতিপুৱা তেওঁৰ ঘৰুৱা সহায়কৰ সহায়ত বেছবল বেটেৰে আঘাত কৰি মাতৃক হত্যা কৰে ।

FIFA World Cup 2022 : কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে ৰোণাল্ডো সন্দৰ্ভত প্ৰতিক্ৰিয়া মৰক্কোৰ প্ৰশিক্ষকৰ

পৰ্তুগালৰ তাৰকা খেলুৱৈ তথা অধিনায়ক ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে আজিৰ কোৱাৰ্টাৰ ফাইনেলত খেলিবনে নাই সেয়া অন্তিম মুহূৰ্তত জানিব পৰা যাব । যদি তেওঁ কোৱাৰ্টাৰ ফাইনেলত নেখেলে, তেন্তে বিপক্ষ দলৰ প্ৰশিক্ষক হিচাবে ৱালিদ ৰেগাৰাগু সুখী হ'ব (Morocco Coach Regragui Reaction on Ronaldo) ।

Secure your children future : বীমা বা বিনিয়োগ আঁচনিৰে আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰক

সামগ্ৰিক বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰাত শিশু বীমাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে (Importance of Child insurance)। শিক্ষাৰ ক্ষেত্ৰত খৰছবোৰ বাঢ়িছে । পৰৱৰ্তী ২১ বছৰৰ বাবে শৈক্ষিক আৰু অন্যান্য ব্যয় পূৰণ কৰিবলৈ শিশুৰ জন্মৰ পৰাই বিত্তীয় সুৰক্ষা প্ৰদান কৰাৰ পৰিকল্পনা কৰিব লাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.