Population Control Bill : বহু সাংসদৰ আছে ২ টাতকৈ অধিক সন্তান
চৰকাৰে জন্ম নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক প্ৰৱৰ্তনত গুৰুত্ব আৰোপ কৰিছে (Population Control Bill)। কিন্তু আপুনি জানেনে দুয়োখন সংসদৰে অধিকাংশ সাংসদৰে আছে ২টাতকৈও অধিক সন্তান । তেনে পৰিস্থিতিত তেওঁলোকে কেনেদৰে এই নীতিত সন্মতি প্ৰদান কৰিব । লক্ষণীয়ভাৱে লোকসভাত থকা ৩০৩ গৰাকী সাংসদৰ ভিতৰত ১০৭ গৰাকীৰে ২ টাতকৈ অধিক সন্তান আছে ।
Meghalaya brothel run by BJP leader : বিজেপি নেতাৰ ৰিজ’ৰ্টত চলিছে দেহ ব্যৱসায় !
পশ্চিম গাৰো পাহাৰ জিলাত উগ্ৰপন্থীৰ পৰা ৰাজনীতিত ভৰিত থোৱা বাৰ্ণাৰ্ড মাৰাক ওৰফে ৰিম্পুৰ মালিকানাধীন ফাৰ্মহাউচ ৰিম্পু বাগানত আৰক্ষীৰ 8 ঘন্টীয়া অভিযান ৷ অভিযানত 5 নাবালক-নাবালিকাক উদ্ধাৰৰ লগতে ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Search team detained 73 People) ৷
Monkeypox global public health emergency : মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা ঘোষণা WHOৰ
দেশজুৰি অব্যাহত আছে ক’ৰণা মহামাৰীৰ প্ৰকোপ ৷ কিন্তু ইয়াৰ মাজতে এইবাৰ মাংকিপক্সে দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আফ্ৰিকাত মাংকিপক্সৰ ফলত মৃত্যু হোৱাৰো খবৰ পোৱা হৈছে (Monkeypox In India)৷ যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷
India-US discuss on drug trafficking : ভাৰত-আমেৰিকাৰ ড্ৰাগছ সৰবৰাহ নিয়ন্ত্ৰণত গুৰুত্ব
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত ড্ৰাগছ জাতীয় সামগ্ৰী নিয়ন্ত্ৰণ আৰু আইন প্ৰৱৰ্তন সহযোগিতাৰ সংশোধিত চুক্তি পত্ৰত স্বাক্ষৰ (Amended Letter of Agreement signed)। নতুন দিল্লীত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো, ভাৰতৰ (NCB) উদ্য়োগত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়।
World Athletics Championships: বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ
অলিম্পিকত সোণৰ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাৰ আন এক সাফল্য (Olympic champion Neeraj Chopra) ৷ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ । প্ৰতিযোগিতাখনত স্বৰ্ণ পদক অৰ্জন কৰে এণ্ডাৰছন পিটাৰ্ছে ৷
TN sends relief material to Sri Lanka: শ্ৰীলংকালৈ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ তামিলনাডুৰ
শ্ৰীলংকাত অৰ্থনৈতিক সংকট অব্য়াহত আছে (Crisis in Sri Lanka)। ৰাষ্ট্ৰখনে এগৰাকী নতুন ৰাষ্ট্ৰপতি লাভ কৰিছে যদিও জনতাৰ মাজত ক্ষোভৰ দাবানল বৰ্তমানেও জ্বলি আছে । সেইবাবে সকলোৰে পৰা সহযোগিতা বিচাৰিছে দেশখনে । চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতে বিগত সময়ত শ্ৰীলংকালৈ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে । তামিলনাডু চৰকাৰেও এইক্ষেত্ৰত আগবঢ়াইছে সহায়ৰ হাত (Tamil Nadu govt helps Sri Lanka)।
Bitupan Changmai in Jail: বৰ্ষাশ্ৰীক সমৰ্থন কৰি বিগত দুমাহে কাৰাগাৰত বিতোপন চাংমাই
ফেচবুকত আপলোড কৰা এটা পোষ্টৰ বাবেই 64 টাকৈ দিন কাৰাগাৰত থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই মুকলি আকাশৰ তললৈ অহাৰ পিছতেই চৰ্চালৈ আহিছে আমগুৰিৰ অন্য এজন যুৱকৰ প্ৰসংগ ৷ বৰ্ষাশ্ৰীৰ ফেচবুক কমেণ্টত কথা পতাৰ বাবেই বিগত দুমাহ ধৰি অন্ধকাৰ কাৰাগাৰত আৱদ্ধ হৈ আছে বিতোপন চাংমাই নামৰ যুৱকজন (Bitupan Changmai is in jail) ৷
Assam worker missing in Arunachal: অৰুণাচলত নিখোজ অসমৰ 8 জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ
সূদীৰ্ঘ 13 দিনৰ অন্তত অৰুণাচল প্ৰদেশত নিখোজ হৈ থকা অসমৰ 19 জন শ্ৰমিকৰ 8 জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰা হৈছে (Assam workers missing in Arunachal Pradesh found alive)৷
Road accident in Andhra Pradesh: পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ পাঁচগৰাকী সদস্যই
এক শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে একেটা পৰিয়ালৰে 5 জনকৈ সদস্যৰ ৷ ট্ৰাকৰ সৈতে হোৱা এখন অটোৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷
Arunachal Pradesh Zero crash: বিদায় বেদান্ত; অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা জনালে বন্ধুৱে
শনিবাৰে স্বগৃহ পালেহি অৰুণাচলৰ জিৰ'ত ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি নগাঁও চহৰৰ লাওখোৱা ৰোডৰ বেদান্ত বৰমেহেলাৰ মৃতদেহ (Bodies of Bedanta arrive in Nagaon)৷ বেদান্তৰ মৃতদেহ নিজগৃহ আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত (NDRF recovered bodies of four Assam youth) ৷