ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Apr 28, 2022, 1:05 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

PM Modi to visit Assam : প্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ সাজু ডিব্ৰুগড়বাসী

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সাজু হৈছে ডিব্ৰুগড়বাসী (Preparation for Modi's Assam visit) । ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যৰ আন প্ৰান্তৰ 6 খনকৈ কেন্সাৰ কেয়াৰ হাস্পতাল বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi to inaugurate cancer hospitals in Assam) ।

আজি মুকলি আকাশৰ তললৈ আহিব লালু প্ৰসাদ যাদৱ

লালু প্ৰসাদ যাদৱক আজি কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ'ব (Lalu Prasad Yadav Will be released from jail) । ২২ এপ্ৰিলত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে । মুকলিৰ পাছতে লালু প্ৰসাদ যাদৱে ৩০ এপ্ৰিলত পাটনাত উপস্থিত হ'ব ।

নৌ সেনা কমাণ্ডাৰ সন্মিলনত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ভাৰতীয় নৌ সেনাৰ কমাণ্ডাৰ সন্মিলন (Naval Commanders Conference 2022) । এই সন্মিলনত ভাগ ল'ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । নৌ সেনাৰ বিভিন্ন সফলতা, কাৰ্য-কলাপ, ভৱিষ্যতৰ পৰিকল্পনা আদিৰ বিষয়ে এই সন্মিলনত আলোচনা কৰা হ'ব ।

New Assamese Film Ganga : প্ৰস্তুতি পৰাশৰ-অৰূপ বৈশ্যই পূৰ্ণোদ্যমে চলাইছে গংগাৰ প্ৰচাৰ

ছবিৰ প্ৰচাৰৰ বাবে অসমৰ বিভিন্ন ঠাই ঘূৰি ফূৰিছে অসমীয়া ছবি জগতৰ দুই তাৰকা প্ৰস্তুতি পৰাশৰ আৰু অৰূপ বৈশ্যই ৷ ৰাইজৰ বিপুল সঁহাৰি দেখি উৎফুল্লিত হৈ পৰিছে দুয়ো (New Assamese Film Ganga) গৰাকী অভিনেতা-অভিনেত্ৰী ৷ তেজপুৰৰ প্ৰচাৰ অভিযানতো দৰ্শক তথা ৰাইজৰ ব্যাপক সঁহাৰি দেখি উৎফুল্লিত হৈ পৰিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ৷

বিজেপিৰ আক্ৰোশমূলক ৰাজনীতিৰ বলি বিধায়ক জিগনেশ মেৱানী : ৰাইজৰ দল

বিজেপি চৰকাৰৰ আক্ৰোশমূলক ৰাজনীতিৰ বলি হৈছে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী (MLA Jignesh Mevani) ৷ অখিল গগৈৰ দৰে এটাৰ পাচত আনটো ভুৱা গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে দলিত নেতাগৰাকীক (Jignesh Mevani arrested by Assam police) ৷ এই অভিযোগ ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনৰ ৷

US President to meet PM Modi : টকিঅ'ৰ কোৱাড সন্মিলনত জ' বাইডেনে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোডীক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে মে’ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব (Joe Biden will meet PM Narendra Modi) । টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া কোৱাড সন্মিলনত দুয়োগৰাকী নেতা মিলিত হ'ব । বাইডেনে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক ইয়োল আৰু জাপানৰ প্ৰধানমন্ত্ৰী কিচিদা ফুমিঅ'ৰ সৈতেও দ্বি-পাক্ষিক বৈঠকত মিলিত হ'ব ।

পথ নে নৈ নাচালে ধৰিব নোৱাৰি, কৰিমগঞ্জত ব্যাহত যাতায়াত

এজাক বৰষুণতে বুৰ গ’ল কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত মনছাংগন পথৰ প্ৰায় পাঁচশ মিটাৰ অংশ (Artificial flood in Karimganj) ৷ বন্ধ হৈ পৰিছে প্ৰায় 32 হাজাৰ লোকৰ যোগাযোগ ব্যৱস্থা ৷ ফলত বিমোৰত পৰিছে অঞ্চলবাসী ৷ বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে এই সমস্যা সমাধানৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

টুইটাৰ ৰাজনৈতিকভাৱে নিৰপেক্ষ হ'ব লাগিব : এলন মাস্ক

টেছলা কোম্পানীৰ মুৰব্বী এলন মাস্কে ক্ৰয় কৰিলে টুইটাৰক (Tesla company chief Elon Musk buys Twitter)। ক্ৰয়ৰ পাছতে মাস্কৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁৰ মতে টুইটাৰ ৰাজনৈতিকভাৱে নিৰপেক্ষ হ'ব লাগিব ।

PM Modi's Assam visit : লখিমপুৰ কেঞ্চাৰ হাস্পতালত এহেজাৰ গছি বন্তি প্ৰজ্বলন

প্ৰধানমন্ত্ৰী গৰাকীক আদৰণিৰ লগতে কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে বুধবাৰে লখিমপুৰ কেঞ্চাৰ হাস্পতালত এহেজাৰ গছি বন্তি প্ৰজ্বলন কৰা হয় (Thousand earthen lamps lit at Lakhimpur Cancer Hospital) ।

গুৱাহাটীত উপস্থিত GMCH ৰ শিশু সন্ধানহীন ঘটনাৰে নাম সাঙোৰ খোৱা বিভাৰাণী ঠাকুৰীয়া

১৩ এপ্ৰিলৰ কাহিলিপুৱা জিএমচিএইচৰ পৰা অন্তৰ্ধান হোৱা এটা শিশুৰ অপহৰণৰ (Baby goes missing from GMCH) ঘটনাৰ সৈতে নাম সাঙুৰ খাইছিল বিভাৰাণী ঠাকুৰীয়াৰ ৷ বিভাৰাণী ঠাকুৰীয়া শুৱালকুচি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এএনএমৰ নাৰ্চ ৷ পাঁচদিনৰ ছুটি লৈ পুনৰ কামত যোগদান নকৰাত তেওঁৰ ওপৰত উঠিছিল সন্দেহৰ আঙুলি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.