ETV Bharat / state

তামুলপুৰ জিলা বিপিএফৰ সভাপতিৰ পদত্যাগ - দুৰ্ভাগ্যজনক

সংবাদ মাধ্যমৰ আগত কেশৱ ৰাজবংশীয়ে কয় যে, বিটিআৰৰ ১২ খন আসনৰ এখন আসন অন্য জনগোষ্ঠীক এৰি নিদিয়াটো দুৰ্ভাগ্যজনক । অকল মোকেই নহয় বিটিচিৰ ১২ টা সমষ্টিৰ ভিতৰত বড়ো জনগোষ্ঠীৰ বাহিৰে আন কোনো জনগোষ্ঠীৰ লোকক দিয়া নহ’ল প্ৰাৰ্থিত্ব ।

তামুলপুৰ জিলা বিপিএফৰ সভাপতিৰ পদত্যাগ
তামুলপুৰ জিলা বিপিএফৰ সভাপতিৰ পদত্যাগ
author img

By

Published : Mar 18, 2021, 3:15 PM IST

বাক্সা,১৮ মাৰ্চঃ তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীৰ দলত্যাগ । বিপিএফৰ জন্ম লগ্নৰে পৰা দলটোৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰি আহিছিল ৰাজবংশীয়ে ৷ শেহতীয়াভাৱে বিগত কেইবাবছৰ ধৰি তামুলপুৰ জিলা বিপিএফৰ সভাপতিৰ দায়িত্ব বহন কৰি আহিছিল ৰাজবংশীয়ে ।

তামুলপুৰ জিলা বিপিএফৰ সভাপতিৰ পদত্যাগ

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিপিএফ দলৰ পৰা পদত্যাগ কৰে ৰাজবংশীয়ে । উল্লেখযোগ্য যে, সংবাদ মাধ্যমৰ আগত কেশৱ ৰাজবংশীয়ে কয় যে, বিটিআৰৰ ১২ খন আসনৰ এখনো আসন অন্য জনগোষ্ঠীক এৰি নিদিয়াটো দুৰ্ভাগ্যজনক । অকল মোকেই নহয় বিটিচিৰ ১২ টা সমষ্টিৰ ভিতৰত বড়ো জনগোষ্ঠীৰ বাহিৰে আন কোনো জনগোষ্ঠীৰ লোকক দিয়া নহ’ল প্ৰাৰ্থিত্ব । বিপিএফৰ একাংশ ন্যস্ত স্বাৰ্থ জড়িত নেতাৰ বাবেই মোৰ লগতে অন্য সমষ্টিটো অন্য জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব নাপালে বুলি ক্ষোভ প্ৰকাশ কৰা দেখা যায় ৷

লগতে পঢ়কঃ তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.