বাক্সা, 25 আগষ্ট : বাক্সা জিলাৰ তামুলপুৰ মস্কোৱামৰ অন্তৰ্গত নাগ্ৰীজুলি আৰক্ষী চকীৰ অধীনৰ লাউপাৰা চ'কত শণিবাৰে নিশা প্ৰায় ১০.৪৫ বজাত এজন সন্দেহযুক্ত বাংলাদেশী আটক হয় । আটকাধীন সন্দেহযুক্ত নাগৰিক জনৰ নাম মহম্মদ ৱাছেদ আলী ৷ ৱাছেদ আলীক শণিবাৰে নিশা নাগ্ৰীজুলিৰ লাউপাৰা চ'কত কেইজনমান স্থানীয় যুৱকে প্ৰত্যক্ষ কৰি নাগ্ৰীজুলি আৰক্ষীক অৱগত কৰাত ৱাছেদক নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ যায় ৷ পাছত দেওবাৰে দিনৰ ভাগত ৱাছেদক তামুলপুৰ আৰক্ষী থানালৈ লৈ অনা হয় । সম্প্ৰতি ব্যক্তিজন তামুলপুৰ আৰক্ষীৰ জিম্মাত আছে আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধ পোচ অব্যাহত ৰাখিছে ৷ ৱাছেদ আলীৰ লগত কোনো ধৰণৰ নথি পত্ৰ পোৱা নাই আৰক্ষীয়ে । সীমান্ত আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৱাছেদ আলী নামৰ লোকজন বাংলাদেশৰ পৰা তিনিবছৰ মান আগতে শ্বিলঙৰ বৰচলা হৈ ভাৰতত প্ৰৱেশ কৰিছিল ৷
বাক্সাত আটক সন্দেহজনক বাংলাদেশী - বাক্সাৰ নাগ্ৰীজুলিত এজন সন্দেহজনক বাংলাদেশী আটক
বাক্সাৰ নাগ্ৰীজুলিত এজন সন্দেহজনক বাংলাদেশী আটক কৰে আৰক্ষীয়ে
বাক্সা, 25 আগষ্ট : বাক্সা জিলাৰ তামুলপুৰ মস্কোৱামৰ অন্তৰ্গত নাগ্ৰীজুলি আৰক্ষী চকীৰ অধীনৰ লাউপাৰা চ'কত শণিবাৰে নিশা প্ৰায় ১০.৪৫ বজাত এজন সন্দেহযুক্ত বাংলাদেশী আটক হয় । আটকাধীন সন্দেহযুক্ত নাগৰিক জনৰ নাম মহম্মদ ৱাছেদ আলী ৷ ৱাছেদ আলীক শণিবাৰে নিশা নাগ্ৰীজুলিৰ লাউপাৰা চ'কত কেইজনমান স্থানীয় যুৱকে প্ৰত্যক্ষ কৰি নাগ্ৰীজুলি আৰক্ষীক অৱগত কৰাত ৱাছেদক নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ যায় ৷ পাছত দেওবাৰে দিনৰ ভাগত ৱাছেদক তামুলপুৰ আৰক্ষী থানালৈ লৈ অনা হয় । সম্প্ৰতি ব্যক্তিজন তামুলপুৰ আৰক্ষীৰ জিম্মাত আছে আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধ পোচ অব্যাহত ৰাখিছে ৷ ৱাছেদ আলীৰ লগত কোনো ধৰণৰ নথি পত্ৰ পোৱা নাই আৰক্ষীয়ে । সীমান্ত আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৱাছেদ আলী নামৰ লোকজন বাংলাদেশৰ পৰা তিনিবছৰ মান আগতে শ্বিলঙৰ বৰচলা হৈ ভাৰতত প্ৰৱেশ কৰিছিল ৷
Body:বাক্সা জিলাৰ তামুলপুৰ মস্কোৱামৰ অন্তৰ্গত নাগ্ৰীজুলি আৰক্ষী চকীৰ অধীনৰ লাউপাৰা চ'কত কালি নিশা প্ৰায় ১০.৪৫ বজাত এজন সন্দেহযুক্ত বাংলাদেশী তাক হয়। আটকাধীনন বাংলাদেশী জনৰ নাম মহম্মদ ৱাছেদ বুলি প্ৰকাশ কৰিছে তেওঁ নিজেই। আটাকাধীন ৱাছেদে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তেওঁ বাংলাদেশৰ পৰা প্ৰায় তিনিবছৰ আগতে অসমত প্ৰৱেশ কৰিছে। ৱাছেদক কালি নিশা নাগ্ৰীজুলিৰ লাউপাৰা চ'কত কেইজনমান স্থানীয় যুৱকে প্ৰত্যক্ষ কৰি নাগ্ৰীজুলি আৰক্ষীক খবৰ দিয়াত নাগ্ৰীজুলি আৰক্ষীয়ে লাউপাৰাত উপস্থিত হৈ ৱাছেদক নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ যায়। আজি দিনৰ ভাগত ৱাছেদক তামুলপুৰ আৰক্ষী থানালৈ লৈ অনা হয়। লোকজন অতি সম্প্ৰতি তামুলপুৰ আৰক্ষীৰ জিম্মাত আছে আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি লোকজনক সোধা পোচ অব্যাহত ৰাখিছে। লোকজনৰ লগত কোনো ধৰণৰ নথি পত্ৰ পোৱা হোৱা নাই। Conclusion:সীমান্ত আৰক্ষীয়ে জানিবলৈ দিয়া মতে লোকজন বাংলাদেশৰ পৰা তিনিবছৰ মান আগতে শ্বিলঙৰ বৰচলা হৈ ভাৰতত প্ৰৱেশ কৰিছিল আৰু অসমলৈ আহি বিভিন্ন ঠাইত ঘূৰা-ফুৰা কৰি আছিল।
ভাষ্য
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।