ETV Bharat / state

এনআৰচিৰ নামত অত্যাচাৰ নচলিবঃ এবিএমছু - এবিএমছুৰ প্ৰতিবাদ

বাক্সাৰ তামুলপুৰৰ ঘগ্ৰাচকত এবিএমছুৰ প্ৰতিবাদ ৷ এখন শুদ্ধ-বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত কৰাৰ দাবীৰে সোমবাৰে তামুলপুৰত এবিএমছুৱে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী

বাক্সাৰ তামুলপুৰৰ ঘগ্ৰাচকত এবিএমছুৰ প্ৰতিবাদ
author img

By

Published : May 20, 2019, 2:45 PM IST

বাক্সা, 20 মে': এন আৰ চিৰ দাবী আপত্তিৰ নামত ৰাইজক কৰা হাৰাশাস্তি বন্ধ কৰাৰ লগতে অসমত এখন শুদ্ধ-বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত কৰাৰ দাবীৰে সোমবাৰে তামুলপুৰত এবিএমছুৱে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

বাক্সাৰ তামুলপুৰৰ ঘগ্ৰাচকত এবিএমছুৰ প্ৰতিবাদ

তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত তামুলপুৰ ঘগ্ৰাচকত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। এনআৰচিৰ নামত অত্যাচাৰ নচলিব, বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰা বন্ধ কৰক,আমাক এখন শুদ্ধ এন আৰ চি লাগিবই আদি ধ্বনিৰে উত্তাল কৰি তোলে তামুলপুৰৰ আকাশ বতাহ।

Slug : as_bak_abmsu_protest_vis1_7203823

বাক্সাৰ তামুলপুৰৰ ঘগ্ৰাচকত এবিএমছুৰ প্ৰতিবাদ ।

এন আৰ চি অন্তিম খচৰা বাবে চমু চাপি অহাৰ লগে লগে এন আৰ চি দাবী আপত্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । তেনেতে দাবী আপত্তিৰ নামত ৰাইজক কৰা হাৰাশাস্তি বন্ধ কৰা আৰু অসমত এখন শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি প্ৰস্তুত কৰাৰ দাবীত সোমবাৰে তামুলপুৰত এবিএমছুৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন । তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত তামুলপুৰ ঘগ্ৰাচক বাকৰিত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে এন আৰ চি ৰ নামত অত্যাচাৰ নচলিব , বিদেশীৰ নামত স্বদেশীক কৰা হাৰাশাস্তি বন্ধ কৰক , আমাক এখন শুদ্ধ এন আৰ চি লাগিবই , এন আৰ চি আপত্তিৰ নামত হাৰাশাস্তি বন্ধ কৰক , ভুৱা আপত্তিকাৰী গো বেক , এই সংগ্ৰাম চলিছে চলিবই , অসম চৰকাৰ মিচলীয়া , অসম চৰকাৰ হায় হায় , বিজেপি চৰকাৰ হায় হায় , অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মূর্দাবাদ , হাগ্ৰামা মহিলাৰী লেই লেই চেই চেই , সৰ্বানন্দৰ হিটলাৰী শাসন বন্ধ কৰক , ভুৱা আপত্তিকাৰীক জীয়াই জীয়াই কবৰ দিয়ক , অসম চৰকাৰ গো বেক , উই ৱান্ট জাষ্টিছ , আদি ধ্বনিৰে তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে । 

ভাষ্য : টাইচন হুছেইন সভাপতি তামুলপুৰ জিলা

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.