ETV Bharat / state

কুমাৰীকাটাত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ বিনামূলীয়া ৰেছন

ৰমজান মাহত দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰিবলৈ আজমল ফাউণ্ডেচনে যোগান ধৰিছিল চাউল, দাইলকে ধৰি আন ৰেছনৰ সামগ্ৰী ৷ এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বাক্সাৰ কুমাৰীকাটাত

author img

By

Published : May 13, 2019, 9:47 PM IST

কুমাৰীকাটাত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ বিনামূলীয়া ৰেছন

বাক্সা,13 মে': বাক্সাৰ কুমাৰীকাটাত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ আজমল ফাউণ্ডেচনে যোগান ধৰা বিনামূলীয়া ৰেছন ৷ ৰমজান মাহত দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰিবলৈ আজমল ফাউণ্ডেচনে যোগান ধৰিছিল চাউল, দাইলকে ধৰি আন ৰেছনৰ সামগ্ৰী ৷

কুমাৰীকাটাত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ বিনামূলীয়া ৰেছন

কিন্তু ট্ৰাকৰ পৰা মচজিদ চৌহদত কিছু সামগ্ৰী নমোৱাৰ পিচতে কুমাৰীকাটাৰ পাহি ষ্টোৰ নামৰ গেলামাল দোকানত আজমল ফাউণ্ডেচনৰ ষ্টিকাৰ লগোৱা কিছু সামগ্ৰী প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বাক্সাৰ কুমাৰীকাটাত ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাইজে পাহি ষ্টোৰৰ স্বত্তাধিকাৰী তথা অভিযুক্ত পচনুৰ আলীৰ বিৰুদ্ধে কুমাৰীকাটা আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে ৷

slug : a_bak_13may_publicerice_sieze_vis1_to_vis13_7203823

বাক্সাৰ কুমাৰীকাটাত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ আজমল ফাউণ্ডেচনে যোগান ধৰা চাউল, দাইল
দোকানীৰ বিৰুদ্ধে ৰাইজৰ এজাহাৰ দাখিল

ৰমজান মাহত দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰিবলৈ অনা আজমল ফাউণ্ডেচনৰ চাউল, দাইল এখন গেলামাল দোকানত উদ্ধাৰ হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাক্সাৰ কুমাৰীকাটাত ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাইজে কুমাৰীকাটাৰ পাহি ষ্টোৰৰ স্বত্তাধিকাৰী পচনুৰ আলীৰ বিৰুদ্ধে কুমাৰীকাটা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ৷ জানিব পৰা মতে আজমল ফাউণ্ডেচনে এখন ট্ৰাকেৰে কুমাৰীকাটাৰ চোচামাৰা মছজিদত বিনামুলীয়া চাউল, দাইল আৰু মিঠাতেল প্ৰদান কৰিছিল দুখীয়া লোকসকলৰ মাজত বিতৰণৰ বাবে ৷ ট্ৰাকৰ পৰা মচজিদ চৌহদত কিছু সামগ্ৰী নমোৱাৰ পিচত কুমাৰীকাটাৰ পাহি ষ্টোৰ নামৰ গেলামাল দোকানৰ সম্মুখত আজমল ফাউণ্ডেচনৰ ষ্টিকাৰ লগোৱা কিছু সামগ্ৰী ৰাইজে প্ৰত্যক্ষ কৰাত এক হূলস্থুল পৰিৱেশৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজে সামগ্ৰীখিনি উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত চলায় ৷ পিচত ৰাইজে গেলামাল দোকানী পচনুৰ আলীয়ে ৰাইজৰ মাজত  বিতৰণৰ বাবে অনা চাউল কিনিবলৈ চেষ্টা কৰাৰ অপৰাধত পচনুৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ পিচে প্ৰশ্ন হয় ৰাইজৰ মাজত বিতৰণৰ বাবে অনা চাউল ,দাইল কোনে বিক্ৰীৰ চেষ্টা কৰিছিল?  অৱশ্যে পচনুৰৰ মুখেৰেহে ওলাব প্ৰকৃত কথা ৷

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.