ETV Bharat / state

বাক্সাত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান

author img

By

Published : Jan 2, 2021, 5:45 PM IST

বাক্সাত 500 যুৱতীক স্কুটী প্ৰদান ৷ স্কুটী প্ৰদান অনুষ্ঠানত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

skuty-distribution-in-baksa-district
বাক্সাত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান

বাক্সা, 2 জানুৱাৰী : ক'ভিড মহামাৰীৰ পৰিৱেশ কিছু পৰিমানে শাম কটাৰ লগে লগে অসম চৰকাৰে ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ বাবে সাজু হৈ উঠিছে ৷ ইতিমধ্যে, এই বঁটাৰ আওঁতাত অসমৰ 22 হাজাৰ যুৱতীক নিৰ্বাচন কৰি লোৱা হৈছে ৷ একেদৰে, বাক্সা জিলাৰ 500 ছাত্ৰীক প্ৰদান কৰা হৈছে স্কুটী ৷

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

শনিবাৰে বাক্সা জিলাৰ মুছলপুৰত স্কুটী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই বঁটাই যুৱতী সকলৰ বিকাশ সাধন কৰিব ৷ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক ক্ষেত্ৰত যুৱতী সকলে আগবাঢ়ি যাবলৈ উৎসাহ পাব বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

বঁটাপ্ৰাপ্ত যুৱতীৰ মন্তব্য

লগতে পঢ়ক : দিল্লীত হাৰ্লি ডেভিডচনৰ শ্ব’ৰুমত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.