ETV Bharat / state

মহকুমাধিপতিৰ কাৰ্যালয়ত বিভিন্ন দল সংগঠনৰ সৈতে আলোচনা

সামাজিক দূৰত্ব কেনেদৰে বজাই ৰাখিব পাৰি তাৰ ওপৰত সবিস্তাৰে আলোচনা কৰা হয় এই সভাত । লগতে পৰিস্থিতি সম্পৰ্কে মতামত লয় ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন সংগঠনৰ নেতাৰ পৰা ।

author img

By

Published : May 14, 2020, 7:31 PM IST

বাক্সাৰ তামুলপুৰ মহকুমাধিপতী কাৰ্য্যালয়ত বিভিন্ন ছাত্র-দল সংগঠনৰ সৈতে আলোচনা

বাক্সা, 14 মে': বহিঃৰাজ্যৰ পৰা যুৱক-যুৱতী সকল নিজ ৰাজ্যলৈ অহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । এই বিষয়ত বৃহস্পতিবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ত বিভিন্ন জাতীয় দল সংগঠনৰ সৈতে আলোচনাত মিলিত হয় বিষয়া আৰু বিধায়ক ইমানুৱেল মুছাহাৰী ।

বিভিন্ন ছাত্র-দল সংগঠনৰ সৈতে আলোচনা

বহিঃ ৰাজ্যৰ পৰা অহা যুৱক-যুৱতীসকল অহাৰ পিছত কেনেদৰে "হম কোৱাৰেন্টাইন" কৰিব পাৰি আৰু সকলোকে কেনেদৰে নিৰাপদে ৰাখিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয় আৰু জাতীয় সংগঠন সমূহৰ নেতাৰ মতামত লোৱা হয় ।

বিধায়ক ইমানুৱেল মুছাহাৰী
বিভিন্ন ছাত্র-দল সংগঠনৰ সৈতে আলোচনা.

আনহাতে সামাজিক দূৰত্ব কেনেদৰে বজাই ৰাখিব পাৰি তাৰ ওপৰত বিশদভাবে আলোচনা কৰা হয় ।

তামুলপুৰৰ মহকুমাধিপতী গৰাকীয়ে সকলো জাতীয় ছাত্র সংগঠন আৰু দল সংগঠনসমূহৰ লগতে ৰাইজক সহায় কৰিবলৈ আহ্বান জনায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.