ETV Bharat / state

আজিও সন্ধানহীন টিহু নৈত উটি যোৱা ব্যক্তি

অব্যাহত আছে বাক্সাৰ টিহু নৈত উটি যোৱা ভৱেন লাৱাৰীক বিচাৰি চলোৱা উদ্ধাৰ অভিযান ৷ এইপৰ্যন্ত কোনোৱে সন্ধান লাভ কৰা নাই লোকজনৰ ৷

আজিও সন্ধান লাভ কৰা নাই বাক্সাত টিহু নৈত উটি যোৱা ব্যক্তিক
author img

By

Published : Jul 19, 2019, 2:39 PM IST

Updated : Jul 19, 2019, 3:14 PM IST

বাক্সা, 19 জুলাই : আজিও অব্যাহত আছে বাক্সাৰ টিহু নৈত উটি যোৱা ভৱেন লাৱাৰীক বিচাৰি চলোৱা উদ্ধাৰ অভিযান ৷ দুদিন ধৰি বৰমা আৰক্ষীৰ সহযোগত এফ.এন.ই.এছ. বাহিনীয়ে চলোৱা এই উদ্ধাৰ অভিযানত আজি পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই লোকজনৰ ৷

আজিও সন্ধান লাভ কৰা নাই বাক্সাত টিহু নৈত উটি যোৱা ব্যক্তিক

উল্লেখ্য যে, বাক্সাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত কাহিবাৰীৰ ভৱেন লাৱাৰী(৫৫) নামৰ লোক জনে খৰি লৈ কাহিবাৰীৰ মাজেৰে বৈ যোৱা টিহু নৈ পাৰ হৈ ঘৰলৈ আহিব লওঁতেই টিহু নৈৰ কোবাল সোঁতে উটুৱাই নিছিল লোকজনক ৷

Intro:বাক্সাত টিহু নৈত উটি যোৱা ব্যক্তিক আজিও পোৱা নাইঃBody:বাগছাত টিহু নৈ পাৰ হব ধৰোতে উটুৱাই নিলেএজনকঃ এই পৰ্যন্তউদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাইঃ
বৰমা ১৯ জুলাইঃ

বাগছা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত কাহিবাৰীৰ ভৱেন লাৱাৰী(৫৫) নামৰ লোক জনে খৰি লৈ কাহিবাৰীৰ মাজেৰে বৈ যোৱা টিহু নৈ পাৰ হৈ ঘৰলৈ আহিবলৈ লওতে টিহু নৈৰ কোবাল সোতে উটুৱাই নিয়ে ভৱেন লাৱাৰী নামৰ খৰিকটীয়া জনক ৷ ঘটনা টো জানিব পাৰি বৰমা আৰক্ষীৰ সহযোগত এফ.এন.ই.এছ. বাহিনীয়ে টিহু নৈত নিখোজ হৈ থকা ভবেন লাহাৰী নামৰ লোক জনক বিচাৰি আজি দুদিন ধৰি অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত লোকজনৰ সন্ধান পোৱা নাই লোক জনৰ ৷
প্ৰেৰকঃ দিলীপ বড়ো, বৰমা ৷
Conclusion:এই মুহুৰ্তত বৰমা আৰক্ষী আৰু মুছলপুৰৰপৰা ফহা উদ্ধাৰ কাৰীয়ে যত্ন কৰি আছে ৷
Last Updated : Jul 19, 2019, 3:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.