ETV Bharat / state

টুইংকল শৰ্মাৰ ধৰ্ষণকাৰীক শাস্তিৰ দাবীত মৌন প্ৰতিবাদ - 2 and Half Years Old Raped and Murdered

উত্তৰ প্ৰদেশত সংঘটিত কণমানি টুইংকল শৰ্মাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত এক মৌন প্ৰতিবাদ সাব্যস্ত কৰে ষ্টাৰ ডান্স একাডেমীয়ে ৷ বাক্সা জিলাৰ দ্বাৰকুছী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে একাডেমীৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে ৷

Protest Against Rape
author img

By

Published : Jun 9, 2019, 11:32 PM IST

বাক্সা, 9 জুনঃ উত্তৰ প্ৰদেশৰ আঢ়ৈ বছৰীয়া কণমানি টুইংকল শৰ্মাৰ বৰ্বৰ ধৰ্ষণ আৰু তাৰ পিচতে সংঘটিত হত্যাকাণ্ড বিৰুদ্ধে বাক্সাত প্ৰতিবাদ সাব্যস্ত ৷ দেওবাৰে আবেলি ৪ বজাত বাক্সা জিলাৰ দ্বাৰকুছী প্ৰাথমিক বিদ্যালয়স্থিত ষ্টাৰ ডান্স একাডেমীৰ প্ৰশিক্ষক তথা অভিনেতা শ্বাৰুখ আলী খানৰ নেতৃত্বত কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলৰ উপস্থিতিত এক মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

টুইংকল শৰ্মাৰ ধৰ্ষণকাৰীক শাস্তিৰ দাবীত মৌন প্ৰতিবাদ

অধিক পঢ়কঃ ড্ৰাগছৰ ঘাটিত নিহত গোলাঘাটৰ যুৱক

ষ্টাৰ ডান্স একাডেমীৰ অভিনেতা তথা প্ৰশিক্ষক শ্বাৰুখ আলী খানে, উত্তৰ প্ৰদেশৰ টুইংকল শৰ্মাক যি দুগৰাকী পাষণ্ডই ধৰ্ষণ কৰি যেনদৰে হত্যা কৰিলে আৰু যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰ নহয় সেয়ে উচ্চতম ন্যায়ালয়ক দুয়ো গৰাকী অপৰাধীকে উচিত শান্তি প্ৰদান কৰি কণমানি সৃষ্টি শৰ্মাৰ পৰিয়ালক ন্যায় দিবলৈ আহ্বান জনায় ।

Intro: দ্বাৰকুছী ষ্টাৰ ডান্স একাডেমীৰ উদ্যোগত উত্তৰ প্ৰদেশৰ সৃষ্টি শৰ্মাৰ ধৰ্ষণকাৰীক শান্তিৰ দাবীত মৌন প্ৰতিবাদ ।

Body:যোৱা কিছুদিন পুৰ্বে উত্তৰ প্ৰদেশৰ আৰেই বছৰীয়া কণমানি কিশোৰী সৃষ্টি শৰ্মাক দুজন নৰো পিখাচে ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰি চকু উলিয়াই আনকি বিশাক্ত এচিড ঢালি পেকেটত ভৰাই পেলাই দিছিল । সেয়ে তেনে ধৰণৰ বৰ্বৰ আৰু জঘন্য কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ সভ্য সমাজে সময়ে সময়ে প্ৰতিবাদ কৰি আহিছে । তেনেতে দেওবাৰে আবেলি ৪ বজাত বাক্সা জিলাৰ দ্বাৰকুছী প্ৰাথমিক বিদ্যালয়স্থীত ষ্টাৰ ডান্স একাডেমীৰ প্ৰশিক্ষক তথা অভিনেতা শ্বাৰুখ আলী খানৰ নেতৃত্বত কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলৰ উপস্থিতিত এক মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

Conclusion:উল্লেখ্য যে ষ্টাৰ ডান্স একাডেমীৰ অভিনেতা তথা প্ৰশিক্ষক শ্বাৰুখ আলী খানে কয় যে উত্তৰ প্ৰদেশৰ সৃষ্টি শৰ্মাক যি দুগৰাকী পাষণ্ডই ধৰ্ষণৰ দৰে কাণ্ড সংঘটিত কৰি যেনদৰে হত্যা কৰিলে আৰু যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰ আবৃত্তি নহয় সেয়ে উচ্চতম ন্যায়ালয়ত ওচৰত তেওঁ অনুৰোধ জনাই যে দুয়ো গৰাকী অপৰাধীকে উচিত শান্তি প্ৰদান কৰি কণমানি সৃষ্টি শৰ্মাৰ পৰিয়ালক ন্যায় দিবলৈ আহ্বান জনাই ।

ভাষ্য : ১/প্ৰশিক্ষক ২/ মহিলা অভিভাৱক।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.