ETV Bharat / state

বিটিআৰ চুক্তিৰ বিৰোধিতাৰে বাক্সাত উত্তাল প্ৰতিবাদ - abodo protest

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গাতিৰ শান্তি বজাৰত অবড়ো সুৰক্ষা সমিতিয়ে বিটিআৰ চুক্তি বাতিলৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰায় অৰ্ধ শতাধিক সদস্যই মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ ওপৰত বহি বিটিআৰ চুক্তি বাতিল কৰক, অসম চৰকাৰৰ হায় হায়, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, প্ৰমোদ বড়ো মুৰ্দাবাদ, অবড়ো লোকৰ অধিকাৰ ঘুৰাই দিয়ক, আদি শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে ৷

protest
protest
author img

By

Published : Oct 28, 2020, 9:19 PM IST

বৰমা, ২৮ অক্টোবৰ : বিটিআৰ চুক্তি ৰূপায়নক লৈ আজিও অব্যাহত আছে প্ৰতিবাদ ৷ অবড়ো লোকৰ অধিকাৰ খৰ্ব কৰি বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ বিৰুদ্ধে অবড়ো সুৰক্ষা সমিতিয়ে বুধবাৰে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গাতিৰ শান্তি বজাৰত অবড়ো সুৰক্ষা সমিতিয়ে বিটিআৰ চুক্তি বাতিলৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰায় অৰ্ধ শতাধিক সদস্যই মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ ওপৰত বহি বিটিআৰ চুক্তি বাতিল কৰক, অসম চৰকাৰৰ হায় হায়, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, প্ৰমোদ বড়ো মুৰ্দাবাদ, অবড়ো লোকৰ অধিকাৰ ঘুৰাই দিয়ক, আদি শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে ৷

protest
বিটিআৰ চুক্তিৰ বিৰোধিতাৰে বাক্সাত উত্তাল প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে 22 লাখ অবড়ো লোকৰ অধিকাৰ খৰ্ব কৰি মাত্ৰ ছয় সাত লাখ বড়ো লোকক সন্তুষ্ট কৰিব বিচৰা কাৰ্যক কোনোপধ্যে মানি লোৱা ন'হব বুলি হুংকাৰ প্ৰদান কৰে ৷ এইক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিলে ক্ৰমাগত ভাৱে জংগী আন্দোলন কৰিব বুলিও সকিয়নি দিয়ে ৷

লগতে পঢ়ক : খোদ মুন্না প্ৰসাদ গুপ্তাই চলাইছে JEE জালিয়াতিৰ তদন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.