ETV Bharat / state

দলঙৰ মাজত প্ৰকাণ্ড গাঁত, যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ দুৰ্ঘটনা

author img

By

Published : Aug 14, 2019, 4:51 PM IST

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা খৈৰাণীৰ জালাহ সংযোগী পথৰ কালানদীৰ ওপৰত থকা টাইগাৰ দলঙৰ ওপৰৰে নিৰ্ধাৰিত সীমাতকৈ অধিক বোজা কঢ়িওৱা যান বাহন চলাচল কৰাৰ ফলত দলং খনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ দুৰ্ঘটনা ৷

দলঙৰ মাজত প্ৰকাণ্ড গাঁত, যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ দুৰ্ঘটনা

বাক্সা, 14 আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা খৈৰাণীৰ জালাহ সংযোগী পথৰ কালানদীৰ ওপৰত থকা টাইগাৰ দলঙৰ ওপৰৰে নিৰ্ধাৰিত সীমাতকৈ অধিক বোজা কঢ়িওৱা যান বাহন চলাচল কৰাৰ ফলত দলঙখনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ দুৰ্ঘটনা ৷ প্ৰশাসনে দলঙখনৰ কাষত 9 টন ক্ষমতা সম্পন্ন ফলক আঁৰি দিছিল যদিও দলংখনৰ ওপৰৰে নিতৌ গধুৰ যান বাহন চলাচল কৰি আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। উল্লেখযোগ্য যে, বুধবাৰে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ে তৎপৰতাৰে দলঙখনৰ তলেৰে এটা অস্থায়ী পথ নিৰ্মাণ কৰি দিছিল যদিও উক্ত পথেৰে কিমান দিনলৈ গধুৰ বোজা সম্পন্ন যান বাহন চলাচল কৰিব তাক লৈ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷

দলঙৰ মাজত প্ৰকাণ্ড গাঁত, যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াবহ দুৰ্ঘটনা

বাক্সা, 14 আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা খৈৰাণীৰ জালাহ সংযোগী পথৰ কালানদীৰ ওপৰত থকা টাইগাৰ দলঙৰ ওপৰৰে নিৰ্ধাৰিত সীমাতকৈ অধিক বোজা কঢ়িওৱা যান বাহন চলাচল কৰাৰ ফলত দলঙখনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ দুৰ্ঘটনা ৷ প্ৰশাসনে দলঙখনৰ কাষত 9 টন ক্ষমতা সম্পন্ন ফলক আঁৰি দিছিল যদিও দলংখনৰ ওপৰৰে নিতৌ গধুৰ যান বাহন চলাচল কৰি আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। উল্লেখযোগ্য যে, বুধবাৰে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ে তৎপৰতাৰে দলঙখনৰ তলেৰে এটা অস্থায়ী পথ নিৰ্মাণ কৰি দিছিল যদিও উক্ত পথেৰে কিমান দিনলৈ গধুৰ বোজা সম্পন্ন যান বাহন চলাচল কৰিব তাক লৈ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷

Intro:প্ৰশাসনৰ সন্মুখতে কুমাৰীকাটাৰ জালাহ ৰোড়ৰ দুৰ্বল দলংৰ ওপৰৰে অধিক বোজা কঢ়িওৱা যান বাহন চলাচল ।


Body:বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা খৈৰাণীৰ জালাহ সংযোগী পথৰ কালানদীৰ ওপৰত থকা টাইগাৰ দলংৰ ওপৰৰে দি নিৰ্ধাৰিত সীমাতকৈ অধিক বোজা কঢ়িওৱা যান বাহন চলাচল কৰি আছে তথাপি কাণসাৰ নাই প্ৰশাসনৰ যাৰ ফলত যিকোনো মুহূৰ্ততে ভাঙি যাব পাৰে দলংখন । ২০০১ চনত বৰ্ডাৰ ৰোড় অৰ্গনাইজচনে নিৰ্মাণ কৰিছিল দলংখন । ইতিমধ্যে দলংখনৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে যিকোনো সময়ত ঘটিব পাৰে দুৰ্ঘটনা । দলংখনৰ কাষত ৯ টন ক্ষমতা সম্পন্ন ফলক আৰি থোৱা হৈছিল যদিও তথাপিও দলংখনৰ ওপৰৰে চলি আছিল নিতৌ গধুৰ যান বাহন ।


Conclusion:উল্লেখযোগ্য যে বুধবাৰে কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ে তৎপৰতাৰে দলংখনৰ তলেৰে এটা অস্থায়ী পথ নিৰ্মাণ কৰি দিয়াৰ ফলত টেক্টৰ, ডাম্পাৰ উক্ত পথেৰে চলাচল কৰিবলৈ ধৰে । আনহাতে আজি নিৰ্মাণ কৰা উক্ত পথেৰে টেক্টৰ আৰু ডাম্পাৰ চালক সকলে কিমান দিনলৈ গাড়ী চলাচল কৰিব সেইয়া হে লক্ষণীয় হব ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.