ETV Bharat / state

ভাৰত-ভূটান সীমান্তত ২৪ নং SSB ৰ গছপুলি ৰোপণ কাৰ্যসূচী - ভাৰত-ভূটান সীমান্তত ২৪ নং SSB ৰ গছপুলি ৰোপণ কাৰ্যসূচী

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ নাগাপুৰত গছপুলি ৰোপন কৰে 24 নং SSB বাহিনীয়ে ৷ ৰঙিয়াস্থিত বিহঙ্গপুৰ কেম্পৰ 24 নং SSB ৰ উদ্যোগত শনিবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

24 SSB
২৪ নং SSB
author img

By

Published : Jul 25, 2020, 1:02 PM IST

বাক্সা, 25 জুলাইঃ বিগত বৰ্ষসমূহৰ সমান্তৰালকৈ এইবেলিও পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে 25 জুলাইত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে 24 নং SSB বাহিনীয়ে ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ নাগাপুৰত গছপুলি ৰোপন কৰে 24 নং SSB বাহিনীয়ে ৷ ৰঙিয়াস্থিত বিহঙ্গপুৰ কেম্পৰ 24 নং SSB ৰ উদ্যোগত শনিবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

24 SSB
২৪ নং SSB

লগতে পঢ়কঃ ড্ৰ'ন ব্যৱহাৰৰ জৰিয়তে অধিক শক্তিশালী হ'ব বন্যপ্ৰাণীৰ সুৰক্ষা ব্যৱস্থা

ইয়াৰোপৰি, নাগাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত পুৱাৰ পৰাই 24 নং SSB বাহিনীয়ে গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে । 24 নং SSB বাহিনীৰ কামাণ্ডেত হৃষিকেশ শৰ্মাৰ নিৰ্দেশ মৰ্মে ভাৰপ্রাপ্ত বিষয়া মনিদেৱা আৰু সহকাৰী উপ আৰক্ষী বিষয়া কেশৱ হাজৰিকাই যুতীয়াভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।
উল্লেখ্য যে, বাহিনীটোৱে শনিবাৰৰ পৰা বগাজুলী-নাগাপুৰ আদি অঞ্চলৰ বন ভূমিত প্ৰায় 1500 গছ পুলি ৰোপণ কৰিব বুলি জানিবলৈ দিয়ে ।

২৪ নং SSB ৰ গছপুলি ৰোপণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.