ETV Bharat / state

নৰেন্দ্ৰ মোডীৰ বয়সতকৈ পেট্ৰ’ল, ডিজেলৰ মূল্য বেছিঃ গণেশ কছাৰী - বাক্সাৰ গোৰেশ্বৰৰ টেঙাঝাৰত বিপিএফৰ নিৰ্বাচনী সভা

বাক্সাৰ গোৰেশ্বৰৰ টেঙাঝাৰত বিপিএফৰ নিৰ্বাচনী সভা ৷ বিজেপি, ইউ পি পি এল আৰু জি এছ পি সাম্প্ৰদায়িক দল ৷ বিজেপিত মুছলমান, ইউ পি পি এলত অনাবড়ো আৰু জি এছ পিত বড়ো মানুহ নাই ৷ গোৰেশ্বৰৰ টেঙাঝাৰ এই মন্তব্য বি টি চিৰ প্ৰাক্তন ই এম গণেশ কছাৰীৰ ৷ শাসনাধীষ্ঠ বিজেপি চৰকাৰকো ক্ষুৰধাৰ সমালোচনা কছাৰীৰ ৷

Petrol, diesel prices higher than Narendra Modi's age: EM Ganesh KashariPetrol, diesel prices higher than Narendra Modi's age: EM Ganesh Kashari
Petrol, diesel prices higher than Narendra Modi's age: EM Ganesh Kashari
author img

By

Published : Sep 2, 2020, 10:48 PM IST

বাক্সা, 2 ছেপ্তেম্বৰ : বুধবাৰে বাক্সাৰ গোৰেশ্বৰৰ টেঙাঝাৰত অনুষ্ঠিত হয় বিপিএফৰ নিৰ্বাচনী সভা ৷ এই সভাতেই বিটিচিৰ প্ৰাক্তন ই এম গণেশ কছাৰীৰ বিস্ফোৰক মন্তব্য ৷

বিজেপি, ইউপিপিএল আৰু জিএছপি সাম্প্ৰদায়িক দল বুলি উল্লেখ কৰি বিজেপিত মুছলমান, ইউপিপিএলত অনাবড়ো আৰু জিএছপিত বড়ো মানুহ নাই বুলি সমালোচনা ৷ লগতে শাসনাধীষ্ঠ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা গণেশ কছাৰীৰ ৷

গোৰেশ্বৰৰ টেঙাঝাৰত বিপিএফৰ নিৰ্বাচনী সভা

আনহাতে বিটিআৰ শান্তি চুক্তি হোৱা নাই ৷ বিটিআৰ চুক্তি স্বাক্ষৰকাৰী এতিয়াও জেলত ৷ এই বিটিআৰ চুক্তিৰ জৰিয়তে NDFB ৰ চাৰি গোটে অস্ত্ৰ সম্বৰণ কৰিলে তাৰ বাহিৰে একো শান্তি নাই অৱশ্যে সেইয়া স্বাগতম জনাইছো বুলি উল্লেখ কৰে ৷

লগতে তেওঁ কয় বিপিএফ দলৰ শক্তি হৈছে বিটিচিত থকা 14 টা জনগোষ্ঠীৰ লোক সকল ৷ 14 টা জনগোষ্ঠীৰ মানুহ বিপিএফ দলৰ লগত আছে আৰু এয়াই বিপিএফৰ শক্তি বুলি ব্যক্ত কৰে প্ৰাক্তন ইএম গৰাকীয়ে ৷

ইপিনে, বিটিচিত কোনো বিদেশী নাই বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে গণেশ কছাৰীয়ে ৷ 2003 চনৰ আগত অহা লোকসকল বিটিচিবাসী লোক ৷ হিন্দু-বাংলাদেশী খেদা আৰু অনাৰ ৰাজনীতি কৰাতকৈ অসমত থকা খিনিক সুৰক্ষা দিয়াৰ দাবী উত্থাপন কৰে কছাৰীয়ে ৷ আনহাতে উক্ত সভাতে বিজেপিক সমালোচনা কৰি কছাৰীয়ে কয় বিজেপি মিছলীয়া দল ৷ বিজেপিয়ে দুই নীতিত কাম কৰে ৷

বিটিআৰ শান্তি চুক্তি হোৱা নাই : গনেশ কছাৰী

কংগ্ৰেছৰ দিনত পেট্ৰ’ল,ডিজেল মূল্যবৃদ্ধি হোৱাত পি চিদাম্বৰৰ বসয়সতকৈ বেছি হ’ব বুলি তীব্ৰ বাক্যবান কৰা কৈছিল যদিও কিন্তু নহ’ল ৷ কিন্তু এতিয়া নৰেন্দ্ৰ মোডীৰ বয়সতকৈ পেট্ৰ’ল,ডিজেলৰ মূল্য বেছি বুলি কতাক্ষ কৰে ইএম গণেশ কছাৰীয়ে ৷

বুধবাৰে শুক্লাই চেৰফাং ব্লক কমিটি আৰু টেঙাঝাৰ প্ৰাইমাৰী কমিটিৰ উদ্যোগত টেঙাঝাৰত অনুষ্ঠিত সাধাৰণ সভাখনত প্ৰায় চাৰি সহাশ্ৰাধিক লোকৰ সমাগম ঘটে ৷ সভাখনত উপস্থিত কেইবাগৰাকীও নেতা কৰ্মীয়ে ভাষণ আগবঢ়ায় ৷

লগতে চাওক-দেশত নিষিদ্ধ PUBG সহ 118 টা চীনা এপ্

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.