ETV Bharat / state

বি চাওৰাইগৌৰাক আদৰণি পিপুলচ ডেম'ক্ৰেটিক মুভমেন্ট অফ বডোলেণ্ডৰ

author img

By

Published : Jan 18, 2020, 6:05 PM IST

বাক্সাত পিপুলচ ডেমোক্ৰেটিক মুভমেন্ট অফ বডোলেণ্ডৰ সংবাদমেল ৷ সংবাদমেলত আলোচনালৈ অহা এডিএফবিৰ বি চাওৰাইগৌৰাক আদৰণি ৷ অহা বিশ জানুৱাৰীৰ পিচত মূলসুঁতিলৈ আহিব সংগঠনৰ দুৰ্ধৰ্ষ সদস্য বি বিদাই ৷

People's Democratic Movement of Bodoland Press-meet at Baksa
অস্ত্ৰ এৰি আলোচনালৈ অহা বি চৰাইগৌৰাক আদৰণি পিপুলচ ডেম'ক্ৰেটিক মুভমেন্ট অফ বডোলেণ্ডৰ

বৰমা, 18 জানুৱাৰী: সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি আলোচনাৰ মেজলৈ অহা বি চাওৰাইগৌৰা নেতৃত্বাধীন এন ডি এফ বিক আদৰণি পিপুলচ ডেম'ক্ৰেটিক মুভমেন্ট অফ বড়োলেণ্ড নামৰ সংগঠনটোৰ ৷ বাক্সা জিলাৰ বৰমাত শনিবাৰে এক সংবাদমেলৰ আয়োজন কৰিম চমুকৈ পিডিএমবিয়ে এন ডি এফ বিৰ চাওৰাইগৌৰা গ্ৰু'পক আদৰণি জনায় কয় যে, এক দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত এন ডি এফ বিয়ে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে ৷ পিডিএম বিৰ সভাপতি জেব্ৰাৰাম মোচাহাৰীয়ে জানিব দিয়া মতে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত পি এম ডি বি য়ে ২০১৮ চনৰ পৰা এন ডি এফ বিৰ সৈতে যোগাযোগ কৰি আলোচনা প্ৰক্ৰিয়ালৈ অনাৰ চেষ্টা কৰিছিল ৷ অৱশেষত এন ডি এফ বিয়ে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰাৰ বাবে অহাতো ৰাজ্যখনৰ বাবে এক ভাল খবৰ ৷ অৱশ্যে বৰ্তমানলৈ সংগঠনৰ দুৰ্ধৰ্ষ সদস্য বি বিদাইসহ তিনিজন সদস্য এতিয়ালৈকে মূলসুঁতি লৈ অহা নাই যদিও অহা বিশ তাৰিখৰ পিচত এই তিনিজন সদস্য আলোচনা প্ৰক্ৰিয়াত যোগ দিব বুলি উল্লেখ কৰে জেব্ৰাৰাম মোচাহাৰীয়ে ৷

লগতে পঢ়ক:২০২১ৰ নিৰ্বাচনত বিজেপিৰ সান্দহখোৱা বালি তল যাব : মনজিৎ মহন্ত

সংবাদমেলত পিএমডি বিৰ সভাপতি জেব্ৰাৰাম মোচাহাৰীয়ে এন ডি এফ বিৰ চাওৰাইগৌৰা গ্ৰুপক আলোচনাৰ মেজলৈ অনাৰ কৃতিত্ব দাবী কৰি কয় যে বৰ্তমানলৈ প্ৰায় ১২ লাখ টকা খৰচ কৰিছে সংগঠনটোৱে ৷ অৱশ্যে শেষ পৰ্যায়ত বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়ে কিছু অৰ্থনৈতিক ভাৱে সহায় কৰে ৷ শেহতীয়াভাৱে এবছুৱে এন ডি এফ বিক আলোচনা মেজলৈ আদৰণি জনালেও প্ৰথম অৱস্থাত জাতীয় সংগঠন এবছুৰ ভূমিকা আছিল সম্পূৰ্ণ নিৰাশাজনক ৷ এই সংবাদমেল যোগে সংগঠনটোৱে এন ডি এফ বিৰ বি চাওৰাইগৌৰা গ্ৰুপক আলোচনাৰ মেজলৈ অনাৰ বাবে অসম চৰকাৰৰ আৰক্ষী প্ৰশাসন,ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজন,চোৰাংচোৱা সংস্থাকো ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক:কেইবাটাও দাবীৰে বাক্সাৰ মুছলপুৰত এবিএমছুৰ উত্তাল প্ৰতিবাদ

Intro:Body:বাক্সাত পিপুলচ ডেমোক্ৰেটিক মুভমেন্ট অফ বডোলেণ্ডৰ সংবাদমেল
আলোচনালৈ অহা এডিএফবিৰ বি চৰাইগৌৰাক আদৰণি
অহা বিশ জানুৱাৰীৰ পিচত মুলসুতিলৈ আহিব বি বিদায়ো
বৰমা, ১৮ জানুৱাৰীঃ
অস্ত্ৰ এৰি আলোচনাৰ মেজলৈ অহা বি চৰাইগৌৰা নেতৃত্বাধীন এন ডি এফ বিক আদৰণি জনাইছে পিপুলচ ডেমোক্ৰেটিক মুভমেন্ট অফ বডোলেণ্ড নামৰ সংগঠনটোৱে ৷ বাক্সা জিলাৰ বৰমাত আজি এক সংবাদমেলৰ আয়োজন কৰি চমুকৈ পিডিএমবিয়ে এন ডি এফ বিৰ চৰাইগৌৰা গ্ৰুপক আদৰণি জনায় কয় যে এক দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত এন ডি এফ বিয়ে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে ৷ পিডিএম বিৰ সভাপতি জেব্ৰাৰাম মোচাহাৰীয়ে জানিব দিয়া মতে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত পি এম ডি বি য়ে ২০১৮ চনৰ পৰা এন ডি এফ বিৰ সৈতে যোগাযোগ কৰি আলোচনা প্ৰক্ৰিয়ালৈ অনাৰ চেষ্টা কৰিছিল ৷ অৱশেষত এন ডি এফ বিয়ে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰাৰ বাবে অহাতো ৰাজ্যখনৰ বাবে এক ভাল খবৰ ৷ অৱশ্যে বৰ্তমানলৈ সংগঠনৰ দূৰ্ধৰ্ষ সদস্য বি বিদাইসহ তিনিজন সদস্য এতিয়ালৈকে মুলসুতি লৈ অহা নাই যদিও অহা বিশ তাৰিখৰ পিচত এই তিনিজন সদস্য আলোচনা প্ৰক্ৰিয়াত যোগ দিব ৷
বাইট----
সংবাদমেলত পিএমডি বিৰ সভাপতি জেব্ৰাৰাম মোচাহাৰীয়ে এন ডি এফ বিৰ চৰাইগৌৰা গ্ৰুপক আলোচনাৰ মেজলৈ অনাৰ কৃতিত্ব দাবী কৰি কয় যে বৰ্তমানলৈ প্ৰায় ১২ লাখ টকা খৰচ কৰিছে সংগঠনটোৱে ৷ অৱশ্যে শেষ পৰ্যায়ত বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়ে কিছু অৰ্থনৈতিক ভাৱে সহায় কৰে ৷ শেহতীয়াভাৱে এৱছুৱে এন ডি এফ বিক আলোচনা মেজলৈ আদৰণি জনালেও প্ৰথম অৱস্থাত জাতীয় সংগঠন এৱছুৰ ভূমিকা আছিল সম্পূৰ্ণ নিৰাশাজনক ৷ আজি সংবাদমেল যোগে সংগঠনটোৱে এন ডি এফ বিৰ বি চৰাইগৌৰা গ্ৰুপক আলোচনাৰ মেজলৈ অনাৰ বাবে অসম চৰকাৰৰ আৰক্ষী প্ৰশাসন, ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজন, চোৰাংচোৱা সংস্থাকো ধন্যবাদ জ্ঞাপন কৰে ৷
বাইট---- জেব্ৰা ৰাম মোছাহাৰীঃ
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.