ETV Bharat / state

শিবিৰ এৰি আপোনঘৰলৈ

যুদ্ধসদৃশ পৰিৱেশৰ অন্ত পেলাই অৱশেষত শিবিৰ এৰিবলৈ সাজু বানাক্ৰান্ত ৷

শিবিৰ এৰি আপোনঘৰলৈ
author img

By

Published : Jul 27, 2019, 4:09 PM IST

বাক্সা, 27জুলাইঃ শেহতীয়া বানত থান-বান হোৱা অঞ্চলটোৰ এই সকল গঞাই মৰমৰ ঘৰ খন এৰি থৈ থাকিব লগা হৈছিল আশ্ৰয় শিবিৰত ৷ চৰকাৰৰ পৰা খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা সকলো বোৰ সুবিধা লাভ কৰিছে এই সকল লোকে ৷ কিন্তু মৰাপাগলাদিয়া নৈয়ে গাঁওখনলৈ যোৱা বাট - পথ সকলোবোৰ নিচ্চিহ্ন কৰি পেলাইছে ৷ পথ বোৰ ৰূপান্তৰ হৈছে পুখুৰীলৈ ৷ বহু পৰিয়ালৰ ঘৰ - বাৰী জহি খহি গৈছে ৷ মৃত্যু হৈছে পশু ধনৰ ৷ তথাপিও নিজৰ আপোন ঘৰখনলৈ যোৱাৰ হেঁপাহ আশ্ৰয় শিবিৰত থকা লোক সকলৰ ৷

Intro:সুদীৰ্ঘ সোতৰ দিনে শিবিৰত থাকি এবাৰ হেপাহৰ ঘৰ খন চাবলৈ মন বানাক্ৰান্তই আশ্ৰয় লৈ থকা শিবিৰৰ লোকৰ ৷ কেনে আছে মৰমৰ ঘৰখন? বানে সকলোবোৰ উটুৱাই নিলে নেকি? চাবলৈ মন গৈ আছে শিবিৰত থকা বানাক্ৰান্তৰ ৷ Body:বাক্সা জিলাৰ জাৰতালুক, সুন্দৰৰ পুৰৰ দৃশ্য এয়া ৷ শেহতীয়া ভাবে তৃত্বীয়টো বানত থান বান হোৱা অঞ্চলটোৰ এই সকল গঞাই মৰমৰ ঘৰ খন এৰি থৈ থাকিব লগা হৈছে আশ্ৰয় শিবিৰত ৷ চৰকাৰৰ পৰা খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা সকলো বোৰ সুবিধা লাভ কৰিছে এই সকল লোকে ৷ কিন্তু তাৰ মাজতে চৰ্ডি - কাহ - জ্বৰত আক্ৰান্ত হৈছে কেবাগৰাকী লোক ৷ কাইলৈ বৰষুন নপৰিলে তেওলোকে যাবলৈ সাজু নিজৰ আপোন ঘৰখনলৈ ৷ কিন্তু মৰাপাগলাদিয়া নৈয়ে গাওখনলৈ যোৱা বাট - পথ সকলোবোৰ নিচ্চিহ্ন কৰি পেলাইছে ৷ পথ বোৰসপুখুৰীলৈ ৰূপান্তৰ হৈছে ৷ বহু পৰিয়ালৰ ঘৰ - বাৰী জহি খহি গৈছে ৷ মৃত্যু হৈছে পশু ধনৰ ৷ তথাপিও নিজৰ আপোন ঘৰ খনলৈ যোৱাৰ হেপাহ আশ্ৰয় শিবিৰত থকা লোক সকলৰ ৷Conclusion:বাইট -- বানাক্ৰান্ত লোক
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.