ETV Bharat / state

দুগৰাকী ছাত্ৰীৰে চলিছে বাক্সাৰ এখন বিদ্যালয় - ভেৰাখাট প্ৰাথমিক বিদ্যালয়

দুগৰাকী ছাত্ৰীৰে চলিছে বাক্সাৰ তামুলপুৰৰ এখন বড়ো মাধ্যমৰ চৰকাৰী বিদ্যালয় ৷ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ভেৰাখাট প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হৈছে এই পৰিৱেশ ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক নবীন চন্দ্ৰ বড়োৱে প্ৰকাশ কৰা ভাষ্য অনুসৰি,অঞ্চলটোত বহুকেইখন ব্যক্তিগত বড়ো মাধ্যমৰ বিদ্যালয় স্থাপন হোৱাৰ পিছৰে পৰা উক্ত বিদ্যালয়খনত এই পৰিৱেশ সৃষ্টি হয় ৷

Only five student in a school at baksa assam etv bharat news
বাক্সাৰ বিদ্যালয়ত নিম্নহাৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
author img

By

Published : Feb 20, 2020, 8:33 AM IST

বাক্সা,20 ফেব্ৰুৱাৰীঃ ৰাজ্যত ব্যক্তিগত বিদ্যালয়ৰ আগ্ৰাসনে বৰ্তমান চৰকাৰী বিদ্যালয় সমূহত যথেষ্ট প্ৰভাৱ পেলাইছে ৷ সেয়া দেখা গ’ল বাক্সাৰ এখন বিদ্যালয়ত ৷ দুগৰাকী ছাত্ৰীৰে চলিছে বাক্সাৰ তামুলপুৰৰ এখন বড়ো মাধ্যমৰ চৰকাৰী বিদ্যালয় ৷ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ভেৰাখাট প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হৈছে এই পৰিৱেশ ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক নবীন চন্দ্ৰ বড়োৱে প্ৰকাশ কৰা ভাষ্য অনুসৰি,অঞ্চলটোত বহুকেইখন ব্যক্তিগত বড়ো মাধ্যমৰ বিদ্যালয় স্থাপন হোৱাৰ পিছৰে পৰা উক্ত বিদ্যালয়খনত এই পৰিৱেশ সৃষ্টি হয় ৷ বিগত পাঁচ বছৰে ছাত্র-ছাত্ৰীৰ সংখ্যা হ্ৰাস হৈ বৰ্তমান বিদ্যালয়খনত সৰ্বমুঠ পাঁচগৰাকী ছাত্র-ছাত্ৰী আছে ।

বাক্সাৰ বিদ্যালয়ত নিম্নহাৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

বিটিচি অঞ্চলত সময়ে সময়ে বড়ো ভাষা ব্যৱহাৰক লৈ সৃষ্টি হয় বিবাদ । বড়ো বসতি প্ৰধান অঞ্চলসমূহত থকা এনে বড়ো মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তাকৰ হোৱাৰ উপৰিও বন্ধ হোৱাৰ দিশে অগ্ৰসৰ হোৱাটোৱে তাপৰ্য্য বহন কৰিছে অঞ্চলটোত ।

লগতে চাওকঃডুমডুমাত বিজেপিৰ সাংগঠনিক সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.