বাক্সা, 24 আগষ্টঃ মুছলপুৰৰ ভোগপাৰাত নন্দ উৎসৱ পালন ৷ বাক্সাৰ মুছলপুৰৰ ভোগপাৰাত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উলহ-মালহেৰে নন্দ উৎসৱ পালন কৰা হয় ৷ সুদীৰ্ঘ 117 বছৰ ধৰি ভোগপাৰাবসীয়ে কৃষ্ণ জন্মাষ্টমীৰ পিছদিনা নন্দ উৎসৱ পালন কৰি আহিছে ৷ লগতে বোকাভাওনা অনুষ্ঠিত কৰি শ্ৰীকৃষ্ণৰ জন্মভূমি গকুল সদৃশ উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷ ইয়াৰ উদ্যোক্তাসকলে ব্যক্ত কৰে যে, একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে নন্দ উৎসৱ পালন কৰি অহা হৈছে ৷ উল্লেখ্য যে এই উৎসৱ প্ৰত্যক্ষ কৰিবলৈ গাঁৱৰ বিভিন্ন ঠাইৰ কেবাশতাধিক লোকৰ সমাগম ঘটে ৷
বাক্সাৰ ভোগপাৰাত নন্দোৎসৱ পালন - সুদীৰ্ঘ 117 বছৰ
বাক্সাৰ ভোগপাৰাত নন্দোৎসৱ পালন ৷ বাক্সাৰ মুছলপুৰৰ ভোগপাৰাত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উলহ-মালহেৰে নন্দ উৎসৱ পালন কৰা হয় ৷ সুদীৰ্ঘ 117 বছৰ ধৰি ভোগপাৰাবসীয়ে কৃষ্ণ জন্মাষ্টমীৰ পিছদিনা নন্দ উৎসৱ পালন কৰি আহিছে ৷ লগতে বোকাভাওনা অনুষ্ঠিত কৰা হয় ৷
বাক্সা, 24 আগষ্টঃ মুছলপুৰৰ ভোগপাৰাত নন্দ উৎসৱ পালন ৷ বাক্সাৰ মুছলপুৰৰ ভোগপাৰাত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উলহ-মালহেৰে নন্দ উৎসৱ পালন কৰা হয় ৷ সুদীৰ্ঘ 117 বছৰ ধৰি ভোগপাৰাবসীয়ে কৃষ্ণ জন্মাষ্টমীৰ পিছদিনা নন্দ উৎসৱ পালন কৰি আহিছে ৷ লগতে বোকাভাওনা অনুষ্ঠিত কৰি শ্ৰীকৃষ্ণৰ জন্মভূমি গকুল সদৃশ উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷ ইয়াৰ উদ্যোক্তাসকলে ব্যক্ত কৰে যে, একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে নন্দ উৎসৱ পালন কৰি অহা হৈছে ৷ উল্লেখ্য যে এই উৎসৱ প্ৰত্যক্ষ কৰিবলৈ গাঁৱৰ বিভিন্ন ঠাইৰ কেবাশতাধিক লোকৰ সমাগম ঘটে ৷
আনন্দত মতলীয়া ভোগপাৰাৰ ৰাইজ
বাক্সা
উখল মাখল হৈ পৰিল মুছলপুৰৰ নিকটৱৰ্তী ১নং ভোগপাৰা। ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পিছত গকুলত যেনেধৰণৰ উৎসৱ মূখৰ পৰিবেশৰ সৃষ্টি হৈছিল এই ভোগপাৰা গাঁৱতো একেই পৰিবেশ। সুদীৰ্ঘ ১১৭ বছৰ ধৰি গাওঁখনৰ ৰাইজে কৃষ্ণ জন্মাষ্টমীৰ পিছদিনা নন্দ উৎসৱ হিচাপে এই উৎসৱ পালন কৰি আহিছে। গাওঁৰ শিশুৰ পৰা ডেকা বুঢ়া সকলোৱে মিলি এই দিনটোত বোকা পানীত লুতুৰী পুতুৰী হৈ বোকা খেল খেলি কৃষ্ণ জন্মৰ আনন্দ উৎসৱ পালন কৰে।
শিশু কিশোৰ ডেকা, বুঢ়া সকলোৱে বোকাত লুতুৰি পুতুৰি হৈ প্ৰতিকী ৰূপত শ্ৰীকৃষ্ণ জন্মৰ বাবে আনন্দত মতলীয়া হৈ পৰে ৷ ইয়াৰ সমান্তৰালভাবে বোকাভাওনাত অংশ লোৱা ডেকা বুঢ়াসকলে নাৰিকল আৰু টেঙা লুকোৱা খেল অনুষ্ঠিত কৰে ৷ এই উৎসৱৰ জৰিয়তে গাঁৱৰ লোক সকলৰ মাজত একতাৰ এনাজৰীডাল অধিক কটকটীয়া হোৱা বুলি উৎসৱ স্থলীত উদ্যোগতা সকলে ব্যক্ত কৰে। উল্লেখ্য যে এই উৎসৱ প্ৰত্যক্ষ কৰিবলৈ গাঁৱৰ লগতে বিভিন্ন স্থানৰ কেবাশতাধিক লোকৰ সমাগম ঘটে।
বাইট---উদ্যোক্তা ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:নন্দ উৎসৱ বাক্সাৰ মুছলপুৰত