ETV Bharat / state

গোৰেশ্বৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিমূৰ্তি দাহ

author img

By

Published : Nov 1, 2020, 7:48 PM IST

বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ বিষয়ে সাংসদ নৱ কুমাৰ শৰণীয়াই কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বজৰংগ দল ।

mp  naba saroniya  effigy burn at baksha
গোৰেশ্বৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিমূৰ্তি দাহ

বাক্সা,1নৱেম্বেৰঃ এইবাৰ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ ৰোষত পৰিল কোকৰাঝাৰ সাংসদ নৱ কুমাৰ শৰণীয়া । দেওবাৰে বাক্সাৰ গোৰেশ্বৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৱে । বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ বিষয়ে সাংসদ গৰাকীয়ে কৰা বিৰূপ মন্তব্যত জাঙুৰ খাই উঠিছে বজৰংগ দল।

দেওবাৰে বজৰংগ দলৰ কৰ্মী সকলে নৱ শৰণীয়া মুৰ্দাবাদ, নৱ শৰণীয়াৰ গুণ্ডাগিৰি নচলিব, জয় শ্ৰীৰাম , বিশ্ব হিন্দু পৰিষদ জিন্দাবাদ আদি শ্ল’গানেৰে গোৰেশ্বৰ ৰেল গেটৰ সমীপত প্ৰতিবাদীস্থলী উত্তাৰ কৰি তোলে। উক্ত প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল শতাধিক কৰ্মকৰ্তা সকলে উপস্থিত থাকে ।

লগতে পঢ়কঃ ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনাৰ সফল ৰূপায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.