ETV Bharat / state

বাক্সাত সন্তাহসহ সন্ধানহীন এগৰাকী মহিলা - সন্ধানহীন

শুক্ৰবাৰে সন্ধিয়াৰ পৰা 7 বছৰীয়া সন্তানসহ নিৰুদ্দেশ হৈ আছে এগৰাকী মহিলা ৷ নিজ পত্নী আৰু সন্তানৰ সন্ধানত ভুক্তভোগী স্বামীয়ে ভেৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও কোনোধৰণৰ সন্ধান লাভ কৰা নাই আৰক্ষীৰ লগতে মহিলাগৰাকীৰ স্বামীয়ে ৷

Missing woman with child at baksa
বাক্সাত সন্তাহসহ সন্ধানহীন এগৰাকী মহিলা
author img

By

Published : Sep 13, 2020, 2:02 PM IST

বাক্সা,13ছেপ্তেম্বৰঃ বাক্সা জিলাৰ সীমান্তৰ ওদালগুৰিৰ গোৰংপাৰাত অঘটন৷ যোৱা শুক্ৰবাৰে সন্ধিয়াৰ পৰা 7 বছৰীয়া সন্তানসহ নিৰুদ্দেশ হৈ আছে এগৰাকী মহিলা ৷ নিজ পত্নী আৰু সন্তানৰ সন্ধানত ভুক্তভোগী স্বামীয়ে ভেৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও কোনোধৰণৰ সন্ধান লাভ কৰা নাই আৰক্ষীৰ লগতে মহিলাগৰাকীৰ স্বামীয়ে ৷

বাক্সাত সন্তাহসহ সন্ধানহীন এগৰাকী মহিলা

উল্লেখযোগ্য যে,৮ বছৰ পূৰ্বে গোৰংপাৰাৰ কালিচৰণ দেৱনাথৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জয়মতী দেৱনাথ (২৬) নামৰ সন্ধানহীন মহিলাগৰাকীৰ ৷

Missing woman with child at baksa
বাক্সাত সন্তাহসহ সন্ধানহীন এগৰাকী মহিলা

আনহাতে এই সন্দৰ্ভত কোনো লোকে মহিলাগৰাকীৰ সন্ধান পালে 7896995017, 7896741857 আৰু 8135805639 ফোন নম্বৰত যোগাযোগ কৰাৰ লগতে ওচৰৰ আৰক্ষী চকীত যোগাযোগ কৰিবলৈ সংবাদমাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীয়ে ৷

লগতে পঢ়কঃসৰ্বভাৰতীয় পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ সাজু কৰা হ’ব দৰিদ্ৰ ছাত্ৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.