ETV Bharat / state

বিহাৰত উদ্ধাৰ বাক্সাৰ পৰা নিৰুদ্দিষ্ট তিনি কিশোৰ

যোৱা ১৬ নৱেম্বৰত নিৰুদ্দেশ হৈছিল লক্ষ্মীপুৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ সঞ্জু দাস, নবীন কলিতা আৰু বিৰেন দাস নামৰ কিশোৰ তিনিজন ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ অভিযোগৰ ভিত্তিত নিকাচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মকুন্দ দাসৰ তৎপৰতাত আৰু চাইল্ড লাইনৰ সহযোগত হাজিপুৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰ তিনিজনক ৷

বিহাৰত উদ্ধাৰ বাক্সাৰ পৰা নিৰুদ্দিষ্ট তিনি কিশোৰ
author img

By

Published : Nov 22, 2019, 7:42 PM IST

মছলপুৰ, 22 নৱেম্বৰঃ বিহাৰত উদ্ধাৰ বাক্সাৰ পৰা নিৰুদ্দিষ্ট তিনি কিশোৰ ৷ যোৱা ১৬ নৱেম্বৰত নিৰুদ্দেশ হৈছিল মুছলপুৰৰ লক্ষ্মীপুৰ এ ব্লকৰ তিনি কিশোৰ ৷ মুছলপুৰৰ নিকটৱৰ্তী থমনাত ৰাস চাবলৈ গৈছিল লক্ষ্মীপুৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ সঞ্জু দাস, নবীন কলিতা আৰু বিৰেন দাস নামৰ কিশোৰ তিনিজন ৷ কিন্তু ঘৰৰ পৰা ৰাস চাবলৈ ওলাই গৈ তিনিওজনে লগত লৈ যোৱা চাইকেল দুখন বিক্ৰী কৰি প্ৰথমে গুৱাহাটী আৰু পিচত বিহাৰ লৈ যায় ৷

বিহাৰত উদ্ধাৰ বাক্সাৰ পৰা নিৰুদ্দিষ্ট তিনি কিশোৰ

উল্লেখ্য যে, কিশোৰ তিনিজনে জনোৱা অনুসৰি তেঁওলোকে নতুন ঠাই চোৱাৰ বাবে ৰেলত উঠি গুচি গৈছিল বিহাৰলৈ ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ অভিযোগৰ ভিত্তিত নিকাচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মকুন্দ দাসৰ তৎপৰতাত আৰু চাইল্ড লাইনৰ সহযোগত হাজিপুৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰ তিনিজনক ৷

Intro:Body:বাক্সাৰ নিৰুদ্দিষ্ট তিনি কিশোৰক বিহাৰত উদ্ধাৰ
পাঁচ দিন পূৰ্ৱে নিৰুদ্দিষ্ট হৈছিল কিশোৰ তিনিজনঃ

বাক্সা, ২২ নবেম্বৰঃ
বাক্সাৰ পৰা নিৰুদিষ্ট হোৱা  তিনি কিশোৰক বিহাৰত উদ্ধাৰ ৷ যোৱা ১৬ নৱেম্বৰত নিৰুদ্দেশ হৈছিল মুছলপুৰৰ নিকতৱৰ্তী লক্ষ্মীপুৰ এ ব্লকৰ তিনি কিশোৰ ৷ মুছলপুৰৰ নিকটৱৰ্তী থমনাত ৰাস চাবলৈ গৈ নিৰুদ্দিষ্ট হৈছিল সঞ্জু দাস, নবীন কলিতা আৰু বিৰেন দাস নামৰ কিশোৰ তিনিজন ৷ নিকাচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মকুন্দ দাসৰ তৎপৰতাত বিহাৰৰ বৈসালী জিলাৰ হাজিপুৰ ৰেলেৱে ষ্টেচনত ছাইল্ড লাইনৰ সহযোগত আজি  কিশোৰ  তিনিজনক উদ্ধাৰ কৰা হয় ৷ পিচে কিশোৰ তিনিজন কিয় গৈছিল বিহাৰৰ হাজিপুৰলৈ ? কিশোৰ তিনিজনে জানিব দিয়া মতে নতুন ঠাই চোৱাৰ বাবে ৰেলত উঠি গুচি গৈছিল বিহাৰলৈ ৷ পিচে পৰিয়ালৰ অভিযোগৰ ভিত্তিত নিকাছী আৰক্ষীয়ে অনুসন্ধান চলায় চাইল্ড লাইনৰ সহযোগত হাজিপুৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে বিগত ১৬ নৱেম্বৰ তাৰিখে দুখন চাইকেল লৈ থমনাৰ ৰাস চাম বুলি ঘৰৰ পৰা ওলাই গৈছিল লক্ষ্মীপুৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ তিনিজনে ৷ কিন্তু ঘৰৰ পৰা ওলাই গৈ তিনিওজনে চাইকেল দুখন বিক্ৰী কৰি প্ৰথমে গুৱাহাটী আৰু পিচত বিহাৰ লৈ যায় ৷ আজি কিশোৰ তিনিজনক উদ্ধাৰ কৰি নিকাছী আৰক্ষী চকীত উপস্থিত হয় আৰক্ষীৰ দলটো ৷
বাইট----মকুন্দ দাস ( নিকাচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া)
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.