ETV Bharat / state

ৰাজ্যজুৰি ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ

author img

By

Published : Jan 8, 2020, 8:59 PM IST

Updated : Jan 8, 2020, 11:00 PM IST

live update: Trade Union protest in the state
বাক্সাৰ তামুলপুৰত অংগনৱাডী কৰ্মী আৰু সহায়িকা সন্থাৰ দুইঘণ্টীয়া অৱস্থান ধৰ্মঘট

22:12 January 08

তামুলপুৰ, 8জানুৱাৰীঃ বাক্সাত তামুলপুৰ আঞ্চলিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চিটুৰ আহ্বানত বুধবাৰে ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অংগনবাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দি মাহিলি মজুৰি 18 হাজাৰ টকা ধাৰ্য্য কৰা আৰু 13 দফীয়া দাবীত ধৰ্মঘট কৰে ৷ বহু কেইটা দাবী উত্থাপন কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷ চিটুৰ আহ্বানত সন্থাৰ 13 দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি তামুলপুৰ আঞ্চলিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী মেৰী বসুমতাৰী আৰু সম্পাদিকা নিলীমা ডেকাই অতিশীঘ্ৰে তেওঁলোকৰ এই দাবী সমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে ৷ অন্যথা ইয়াতকৈ অধিক জোৰদাৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৷ 

16:57 January 08

ৰঙিয়াত চি আই টি ইউৰ প্ৰতিবাদ, সৰ্বাত্মক বন্ধ

ৰঙিয়াত চি আই টি ইউৰ প্ৰতিবাদ

ৰঙিয়া , 8 জানুৱাৰীঃ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্বনসমুহে আহ্বান জনোৱা 24 ঘন্টীয়া ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰঙিয়াতো পৰা পৰিলক্ষিত হৈছে । বিজেপি চৰকাৰৰ ৰাজহুৱা খণ্ড তথা শ্ৰমিক-কৰ্মচাৰী বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত চিটুয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ চিটুৰ আহ্বানত ৰঙিয়াৰ চিপিএমৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা সমদলত চিটুৰ অন্তৰ্গত আটাইকেইটা সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰে । প্ৰতিবাদী সমদলটোৱে চৰকাৰ বিৰোধী শ্লোগান দিয়াৰ উপৰিও নাগৰিকত্ব সংশোধনী আইন, 2019 কোনো কাৰণতে মানি লোৱা নহ'ব বুলি চৰকাৰক সকিয়াই দিয়ে কামৰূপ জিলা চিটুৰ সভাপতি বিবেকানন্দ অধিকাৰীয়ে ।

Intro:ৰঙিয়াত বন্ধ সৰ্বাত্মক, চি আই টি ইউৰ প্ৰতিবাদী সমদলBody:আজি কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্বনসমুহে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ ৰঙিয়াতো পৰা পৰিলক্ষিত হৈছে। ৰঙিয়াৰ দোকান পোহাৰ বন্ধ হোৱাৰ লগতে ৰাজপথতো গাড়ী চলাচল বন্ধ হৈ থাকে। লগতে চি আই টি ইউৰ আহ্বানত এক সমদল উলিওৱা হয় ৰঙিয়াৰ মাজেৰে। চিপিএমৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা সমদলটোত চি আই টি ইউৰ অন্তৰ্ভুক্ত গোটেইকেইটা সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰে। বিজেপি চৰকাৰৰ ৰাজহুৱা খণ্ড তথা শ্ৰমিক-কৰ্মচাৰী বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত প্ৰতিবাদী সমদলটোৱে ৰঙিয়া পৰিভ্ৰমণ কৰে। সমদলটোৱে চৰকাৰ বিৰোধী শ্লোগান দিয়াৰ উপৰিও CAA কোনো কাৰণতে মানি লোৱা নহব বুলি চৰকাৰক সকিয়াই দিয়ে।যদিহে চৰকাৰে জোৰ-জুলুমকৈ CAA জাপি দিয়ে তেন্তে ইয়াৰ পৰিণাম ভয়ংকৰ হব বুলি চৰকাৰক সকীয়ানি প্ৰদান কৰে।
Bite:- বিবেকানন্দ অধিকাৰীConclusion:বন্দনা শৰ্মা, ৰঙিয়া
Last Updated : Jan 8, 2020, 11:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.