তামুলপুৰ,14 জুনঃ বাক্মা জিলাৰ গোৰেশ্বৰৰ শুৱাগপুৰত জলসম্পদ বিভাগৰ অনুমোদিত SDRF২০১৮-১৯ আঁচনিৰ অধীনৰ খহনীয়া প্ৰতিৰোধী আঁচনি এখন ১৩ জুন তাৰিখে আনুষ্ঠানিক ভাৱে মুকলি কৰে BTADৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ সদস্য গণেশ কছাৰীয়ে । আঁচনিখন মুকলি কৰি দিয়া ভাষণত কছাৰীয়ে কয় যে বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা অঞ্চলটোত বৰ্তমান উন্নয়নৰ ধাৰা তৰান্বিত হৈছে। লগতে তেওঁ এবছু আৰু সাংসদ নৱ কুমাৰ শৰণীয়াক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
গোৰেশ্বৰত জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা - JIO BAG
শুক্লাই নদীৰ খহনীয়াই তাণ্ডৱ সৃষ্টি কৰি আহিছে। বহু কৃষকৰ খেতি মাতি নৈৰ বুকুত জাহ গৈছে। জিঅ' বেগেৰে খহনীয়া ৰোধৰ চেষ্টা
গোৰেশ্বৰত জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা
তামুলপুৰ,14 জুনঃ বাক্মা জিলাৰ গোৰেশ্বৰৰ শুৱাগপুৰত জলসম্পদ বিভাগৰ অনুমোদিত SDRF২০১৮-১৯ আঁচনিৰ অধীনৰ খহনীয়া প্ৰতিৰোধী আঁচনি এখন ১৩ জুন তাৰিখে আনুষ্ঠানিক ভাৱে মুকলি কৰে BTADৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ সদস্য গণেশ কছাৰীয়ে । আঁচনিখন মুকলি কৰি দিয়া ভাষণত কছাৰীয়ে কয় যে বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা অঞ্চলটোত বৰ্তমান উন্নয়নৰ ধাৰা তৰান্বিত হৈছে। লগতে তেওঁ এবছু আৰু সাংসদ নৱ কুমাৰ শৰণীয়াক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
Intro:বাক্মা জিলাৰ গোৰেশ্বৰ শুৱাগপুৰত খহনীয়া প্ৰতিৰোধী আচনি উদ্দোধন।Body:তামুলপুৰ,১৪/৬/১৯
বাক্মা জিলাৰ গোৰেশ্বৰৰ শুৱাগপুৰত জলসম্পদ বিভাগৰ অনুমোদিতSDRF২০১৮-১৯আচনিৰ অধিনৰ খহনীয়া প্ৰতিৰোধী আচনি এখন ১৩ জুন তাৰিখে আনুষ্ঠানিক ভাবে মুকলি কৰে BTADৰ শুক্লাই চেৰফাং পৰিষদিয় সমষ্ঠিৰ সদস্য গণেশ কছাৰীয়ে।আচনি খন মুকলি কৰি দিয়া ভাষণত কছাৰীয়ে কয় যে বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা অঞ্চল টো BPF দলৰ বাবেহে বৰ্তমান উন্নয়ন ৰ ধাৰা তৰান্বিত হৈছে। লগতে তেও এবছু আৰু সাংসদ নৱ কুমাৰ শৰণীয়া ক কঠোৰ ভাষাৰে সমালোচনা কৰে।
শুক্লাই চেৰফাং ব্লক BPF ৰ,সভাপতি জিনাৰাম বড়োৰ সঞ্চালনাত অনুষ্ঠিত সভাত তামুলপুৰ জলসম্পদ বিভাগৰ SDOনীৰেজ শৰ্মা,SO হেমন্ত শৰ্মা,ৰ লগতে বিভাগীয় বহু কেইগৰাকী লোক উপস্থিত থাকে।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত শুক্লাই নদীৰ খহনীয়াই তাণ্ডৱ সৃষ্টি কৰি আহিছে।বহু কৃষক ৰ খেতি মাতি নৈৰ বুকুত জাহ গৈছে। সেয়েহে কাৰ্য্যবাহী সদস্য গণেশ কছাৰীয়ে বহু যত্ন কৰি প্ৰায় ৪০ লাখ টকা ব্যয় সাপেক্ষে ১৯০ মিটাৰ দৈৰ্ঘ্যৰ জিয় বেগ সংযুক্ত খহনীয়া প্ৰতিৰোধী আচনি এখন জলসম্পদ বিভাগৰ পৰা অনুমোদন কৰি আনি ৰাইজক উপহাৰ দিয়াৰ বাবে অঞ্চল বাসি ৰাইজ নথৈ আনন্দিত।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মাETV Bharat Assam.Conclusion: