ETV Bharat / state

বাক্সাত সেনা বাহিনীৰ দ্বাৰা দৌৰ প্ৰতিযোগিতা - বাক্সা

7৩ তম স্বাধীনতাৰ লগত সংগতি ৰাখি বাক্সাত সেনাবাহিনীৰ দ্বাৰা ছাত্ৰছাত্ৰীৰ মাজত দৌৰ প্ৰতিযোগিতা

বাক্সাত সেনা বাহিনীৰ দ্বাৰা দৌৰ প্ৰতিযোগিতা
author img

By

Published : Aug 11, 2019, 9:44 PM IST

বাক্সা, 11 আগষ্ট : ৭৩ তম স্বাধীনতা দিৱসৰ উপলক্ষে বৰমাত থকা 9 নং জাট ৰেজিমেণ্টৰ উদ্যোগত আজি বৰিমাখাৰ পৰা বৰবৰী হাইস্কুল খেল পথাৰলৈ ছাত্ৰ ছাত্ৰীৰ মাজত দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰে ৷ ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন পতাকা জোকাৰী শুভাৰম্ভ কৰে বৰমাত থকা ৯ নং জাট ৰেজিমেণ্টৰ কৰ্ণেল সুধিৰ পাঠকে ৷ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বাক্সা জিলা উপায়ুক্ত ভাস্কৰ পেগুই ৷ প্ৰায় ৪৫০ জন প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা দৌৰ প্ৰতিযোগিতাৰ অন্তত কৃতকাৰ্য্যতা লাভ কৰা খেলৱৈক পুৰস্কৃত কৰে মেডেল, প্ৰমাণপত্ৰ আৰু নগদ ধনৰে ৷ শান্ত সম্প্ৰীতি অতুত ৰাখিবলৈ আয়োজন এই দৌৰ প্ৰতিযোগিতাৰ ৷

Intro:৭৩ তম স্বাধীনতাৰ লগত সংগতি ৰাখি বাক্সাত সেনাবাহিনীৰ দ্বাৰা ছাত্ৰছাত্ৰীৰ মাজত দৌৰ প্ৰতিযোগিতাঃBody:বাক্সাত সেনাবাহিনীৰ দ্বাৰা ছাত্ৰছাত্ৰীৰ মাজত দৌৰ প্ৰতিযোগিতাঃ
বাক্সা, ১১ আগষ্টঃ
৭৩ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰমাত থকা নৱম জাট ৰেজিমেণ্টৰ উদ্যোগত আজি বৰিমাখাৰ পৰা বৰবৰী হাইস্কুল খেল পথাৰলৈ ছাত্ৰ ছাত্ৰীৰ মাজত দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰে ৷ ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন পতাকা জোকাৰীশুভাৰম্ভ কৰে বৰমাত থকা ৯ জাট ৰেজিমেণ্টৰ কৰ্ণেল সুধিৰ পাঠকে ৷ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বাক্সা জিলা উপায়ুক্ত ভাস্কৰ পেগু ৷ ঐক্য শান্তিৰ লগতে সহযোগিতাৰ উদ্দেশ্য আগত লৈ আজিৰ এই সামুহিয়া দৌৰ প্ৰতিযোগিতাখন আয়োজন কৰিছে বুলি জানিবলৈ দিছে উপায়ুক্ত ভাস্কৰ পেগুৱে ৷ প্ৰায় ৪৫০ জন প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা দৌৰ প্ৰতিযোগিতাৰ অন্তত কৃতকাৰ্য্যতা লাভ কৰা খেলৱৈক মেডেল, প্ৰমাণপত্ৰ আৰু ধনৰ টোপোলা প্ৰদান কৰে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:শান্ত সম্প্ৰীতি অতুত ৰাখিবলৈ আজিৰ এই দৌৰ প্ৰতিযোগিতাৰ আয়োজনঃ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.