ETV Bharat / state

৪০ হাজাৰ জনতাৰ উপস্থিতিত বিজেপিত যোগদান ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীৰ

দেওবাৰে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই বিজেপি দলত যোগদান কৰিলে তামুলপুৰ বিধায়ক ইমানুৱেল মুছাহাৰী, সাংসদ বিশ্বজিৎ দৈমাৰীৰ ৷ প্ৰায় 40 হাজাৰ জনতাৰ উপস্থিতত গেৰুৱা বসন বিন্ধে দুয়োগৰাকী নেতাই ৷

author img

By

Published : Nov 22, 2020, 8:58 PM IST

Updated : Nov 22, 2020, 10:49 PM IST

৪০ হাজাৰ জনতাৰ উপস্থিতিত বিজেপিত যোগদান ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীৰ
৪০ হাজাৰ জনতাৰ উপস্থিতিত বিজেপিত যোগদান ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীৰ

বাক্সা, 22 নৱেম্বৰঃ বিটিচিত তীব্ৰতৰ নিৰ্বাচনী বতাহ ৷ প্ৰতিটো ৰাজনৈতিক দলেই বড়োভূমিক নিজৰ দখলত অনাৰ বাবে চলাই গৈছে প্ৰচাৰ সভা ৷ ইয়াৰ মাজতে দেওবাৰে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই বিজেপি দলত যোগদান কৰিলে তামুলপুৰ বিধায়ক ইমানুৱেল মুছাহাৰী, সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

কুমাৰীকাটাৰ 26 নং দৰঙাজুলীত অনুষ্ঠিত এক বিশাল সভাত আনুষ্ঠানিকভাৱে গেৰুৱা বসন বিন্ধে বিপিএফ দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী আৰু বিপিএফ দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

ৰাজ্যিক বিজেপিৰ উদ্যাগত তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত প্ৰায় ৪০ হাজাৰ জনতাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত উপস্থিত থাকে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস,সাংসদ দিলীপ শইকীয়া,মন্ত্ৰী ভবেশ কলিতা ৷ দুয়োগৰাকী নেতাক দলটোলৈ উষ্ম আদৰণি জনায় বিজেপিৰ নেতৃবৃন্দই ৷

লগতে পঢ়ক-ডিচেম্বৰত AJPৰ গুৰি ধৰিব লুৰিণজ্যোতি গগৈয়ে

Last Updated : Nov 22, 2020, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.