ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত বাহনসহ জব্দ মূল্যৱান কাঠ

author img

By

Published : Sep 6, 2019, 8:20 PM IST

বাক্সা জিলাৰ কুমাৰীকাটাৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত ২৪ নং এছ এছ বিৰ পাহাৰপুৰ আৰু বিমলানগৰস্থীত বাহিনীৰ যৌথ অভিযানত জব্দ এখন ডি আই গাড়ীসহ প্ৰায় লক্ষাধিক টকাৰ মূল্যৱান কাঠ ৷

বাক্সাৰ কুমাৰীকাটাত বাহনসহ জব্দ মূল্যৱান কাঠ

বাক্সা, 6 ছেপ্তেম্বৰঃ বাক্সা জিলাৰ কুমাৰীকাটাত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ শুকুৰবাৰে বাক্সা জিলাৰ কুমাৰীকাটাৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত ২৪ নং এছ এছ বিৰ পাহাৰপুৰ আৰু বিমলানগৰস্থিত বাহিনীয়ে যৌথ ভাৱে অভিযান চলাই ডি আই গাড়ী সহ জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় পাঁচ লক্ষাধিক টকাৰ চোৰাং কাঠ ৷

বাক্সাৰ কুমাৰীকাটাত বাহনসহ জব্দ মূল্যৱান কাঠ

জানিব পৰা মতে শুকুৰবাৰে পুৱা কাঠভৰ্তি এএছ ১২এচি ৭০২১ নম্বৰৰ ডি আই গাড়ী খন পাহাৰৰ দিশৰ পৰা আহি থকা অৱস্থাতে বগৰীখুটিত বন বিভাগ আৰু ২৪ নং এছ এছ বি জোৱানক প্ৰত্যক্ষ কৰি ঘটনীস্থলীৰ পৰা পলায়ন কৰে গাড়ীখনৰ চালকসহ অন্যান্য লোক ৷ পিচত বন বিভাগ আৰু এছ এছ বিৰ জোৱানে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় কাঠভৰ্তি বাহনখন ৷

Intro:আজি পুণৰ বাক্সাৰ কুমাৰীকাটাত ডি আই গাড়ীসহ প্ৰায় লক্ষাধিক টকাৰ মূল্যবান কাঠ জব্দ ।

Body:আজি পুণৰ বাক্সা জিলাৰ কুমাৰীকাটাৰ বনাঞ্চলিক কার্যালয়ৰ আৰু ২৪ নং এছ এছ বিৰ পাহাৰপুৰ আৰু বিমলানগৰস্থীত বাহিনীয়ে যৌথ ভাৱে অভিযান চলাই ডি আই গাড়ী সহ প্ৰায় পাচ লক্ষাধিক টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে আজি পুৱা কাঠভূৰ্তী এ এছ ১২ এচি ৭০২১ নম্বৰৰ ডি আই গাড়ী খন পাহাৰৰ দিশৰ পৰা আহি থকা অৱস্থাত বগৰীখুটিত বন বিভাগ আৰু ২৪ নং এছ এছ বিক দেখি দুৰত গাড়ী ৰখাই ড্ৰাইভাৰ গৰাকী পলাই যাবলৈ সক্ষম হয় । পিছত বন বিভাগ আৰু এছ এছ বিয়ে কাঠ ভূৰ্তী ডি আই গাড়ীসহ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়লৈ লয় আহে ।

Conclusion:লক্ষণীয় যে যোৱা কালি কুমাৰীকাটাৰ বাহবাৰীৰ চোছামাৰত কাঠমিল উৎখাত কৰাৰ পিছতেই পোহৰলৈ আহিছে যে প্ৰতি দিনেই কেনেদৰে এচাম অসাধু ব্যৱসায়িকে নিজৰ মুনাফা লাভৰ বাবে বন ধ্বংস কৰাৰ কথা ।

ভাষ্য : বন পালক বীৰেন্দ্ৰ বড়ো ২/এছ এছ বিৰ বিষয়া ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.