ETV Bharat / state

বাক্সাৰ গোৰেশ্বৰত ইউ পিপিএলৰ পৰিৱৰ্তন পদযাত্ৰা সমাপ্ত

author img

By

Published : Nov 7, 2020, 6:47 AM IST

পদ যাত্ৰাত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ ইউ পিপিএলৰ দলৰ মনোনীত প্ৰাৰ্থী পৱিত্ৰ কুমাৰ বড়োৱে অংশ গ্ৰহণ কৰে ৷

বাক্সাৰ গোৰেশ্বৰত ইউ পিপিএলৰ পৰিৱৰ্তন পদযাত্ৰা সমাপ্ত
বাক্সাৰ গোৰেশ্বৰত ইউ পিপিএলৰ পৰিৱৰ্তন পদযাত্ৰা সমাপ্ত

বাক্সা,7 নৱেম্বৰঃ বাক্সাৰ গোৰেশ্বৰৰ দেউলকুছিত ইউ পিপিএলৰ নিৰ্বাচনী সজাগতা আৰু পদ যাত্ৰাৰ শুকুৰবাৰে সামৰণি পৰে ৷ সমষ্টিটোৰ ১২টা প্ৰাইমাৰীত অনুষ্ঠিত পদযাত্ৰাৰ অন্তিমটো কাৰ্যসূচী শুকুৰবাৰে দেউলকুছিত সামৰণি মাৰে দলটোৱে ৷ পদযাত্ৰাত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ ইউ পিপিএলৰ দলৰ মনোনীত প্ৰাৰ্থী পৱিত্ৰ কুমাৰ বড়োৱে অংশ গ্ৰহণ কৰি ৰাইজক সজাগ কৰা আৰু বিটিচিবাসীক পৰিৱৰ্তনৰ আশ্বাসেৰে বাহিৰ কৰা পদযাত্ৰাত ৰাইজৰ বিপুল সঁহাৰি পোৱা বুলি মন্তব্য কৰে ৷

গোৰেশ্বৰৰ পৰিষদীয় সমষ্টিৰ ইউ পিপিএল দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী পৱিত্ৰ কুমাৰ বড়োৱে পদযাত্ৰাৰ অন্তত দুৰ্নীতি ভ্ৰষ্টাচাৰ নাইকিয়া কৰাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰ চলিছে বুলি জানিবলৈ দিয়াৰ লগতে এইবাৰ কোকৰাঝাৰ ইউ পিপিএলে দখল কৰিব বুলি দাবী কৰে ৷

লগতে চাওকঃ মাত্ৰ এমাহৰ ভিতৰতে সমাধান হ'ব মহানগৰবাসীৰ খোৱাপানীৰ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.