- গোৰেশ্বৰ কাউৰবাহা পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Goreswar)
- এখন i-20 বাহনে গৈ থকা এখন যাত্ৰীবাহী টেম্পোক খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো
- দুৰ্ঘটনাটোত টেম্পোখনত থকা দুগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয় (Girl passenger injured in road accident in Goreswar)
- সংকটজনক অৱস্থাত দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ
- দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে i 20 বাহনৰ চালকজন
- চালকজনে মদ্যপান কৰি বাহন চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ
- দুৰ্ঘটনাটোত এগৰাকী যুৱতীৰ এখন ভৰি সম্পূৰ্ণৰূপে ভাঙি যোৱা বুলি মন্তব্য কৰিলে স্থানীয় লোকে