ETV Bharat / state

তামুলপুৰত বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠ ফলা মিল

বুধাবাৰে চলোৱা অভিযানত বন বিভাগে বৃহৎ পৰিমাণৰ মূল্যবান কাঠ সহ এটা অনুজ্ঞাপত্ৰ নথকা কাঠ ফলা মিল জব্দ কৰে ৷ এই অভিযানত তামুলপুৰ আৰু কুমাৰীকটা বন বিষয়াক সহযোগ কৰে এছ এছ বিৰ দলে ৷

author img

By

Published : Jun 25, 2020, 3:57 AM IST

তামুলপুৰত বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠ ফলা মিল
তামুলপুৰত বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠ ফলা মিল

তামুলপুৰ, 25 জুনঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ অঞ্চলত অৱ্যাহত আছে বন বিভাগৰ অভিযান । তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাওকটাত বন বিভাগে অভিযান চলাই জব্দ কৰে অবৈধ কাঠ ফলা মিল ।

বুধাবাৰে চলোৱা অভিযানত বন বিভাগে বৃহত পৰিমাণৰ মূল্যবান কাঠ সহ এটা অনুজ্ঞাপত্ৰ নথকা কাঠ ফলা মিল জব্দ কৰে ৷ এই অভিযানত তামুলপুৰ আৰু কুমাৰীকটা বন বিষয়াক সহযোগ কৰে এছ এছ বিৰ দলে ৷

বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠ ফলা মিল

উল্লেখ্য যে, তামুলপুৰ বনাঞ্চলিক বিষয়া প্ৰণৱ কুমাৰ দাসে বিগত কেবাদিনত তামুলপুৰ, গোৰেশ্বৰ, কুমাৰীকটা, কাউৰবাহা অঞ্চলত অভিযান চলাই বহু কেইটা অবৈধ কাঠৰ মিল জব্দ কৰিছে ৷

লগতে পঢ়কঃ 24 জুন : নগাঁৱৰ বাবে ক'লা ইতিহাস !

বন বিভাগৰ এই পদক্ষেপক সাধাৰণ ৰাইজে আদৰণি জনাইছে ৷ কিন্তু, শিল বালি কঢ়িওৱা ডাম্পাৰ সমুহে অভাৰ লোড কৰি বন বিভাগৰ সমুখেৰে শিল বালি কঢ়িওৱা কাৰ্য্যক সহজ ভাবে লব পৰা নাই সাধাৰণ লোকে ৷ কাৰ আশীৰ্বাদ ডাম্পাৰ সমুহে এনেদৰে অত্যাধিক ওজন কঢ়িয়াই শিলবালি কঢ়িয়াই আছে ই এক নুবুজা সাঁথৰ ৰাইজৰ বাবে ৷

লগতে পঢ়কঃ আৰক্ষীৰ অভিযানত পিষ্টল সহ গ্ৰেপ্তাৰ দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.