ETV Bharat / state

বৰমাত ইভিএম মেচিনৰ বিসংগতি

author img

By

Published : Apr 23, 2019, 8:18 PM IST

বাক্সা জিলাৰ বৰমাত বাটাচাৰা প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱাই ইভিএম মেচিনৰ বিসংগতিয়ে দেখা দিয়ে । দেৰিকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বাবে বহু ৰাতিলৈকে ভোটাৰসকল শাৰীত থিয় হৈ ভোট দিব লগা হৈছে ।

EVM FAILURE AT BARAMA

বৰমা, ২৩ এপ্ৰিল: বাক্সা জিলাৰ বৰমাস্থিত ২ নং বাটাচাৰা প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱাই ইভিএম মেচিনৰ বিসংগতি দেখা দিয়ে । ইয়াৰ ফলত পুৱা ৯.৩০ বজাৰ পৰাহে ভোট দিবলৈ সক্ষম হয় ভোটাৰসকল ।

EVM FAILURE AT BARAMA

দেৰিকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বাবে বহু ৰাতিলৈকে ভোটাৰসকল শাৰীত থিয় হৈ ভোট দিব লগা হৈছে ।

Intro:বৰমাত বহু ৰাতিলৈ ভোটBody:বৰমা,২৩ এপ্ৰিলঃ
বাক্সা জিলাৰ বৰমাস্থিত ২ নং বাটাচাৰা প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱা ভোটিং মেচিনৰ বিসংগতি হোৱাৰ বাবে ৯.৩০ বজাৰ পৰাহে ভোট দিবলৈ সুবিধা হয় ৷ যাৰ ফলত এইমুহূৰ্তত বহু ভোটাৰ লাইনত থয় হৈ আছে ৷

বৰমাৰ পৰা দিলীপ বড়ো ৷Conclusion:ইভিএম মেচিন বিসংগতিৰ বাবে এনে হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.