বাক্সা,7আগষ্ট : বাক্সাৰ ভাৰত ভূটান সীমান্তত হাতীয়ে খোৱা এটা বিশেষ পাহাৰ ৷ এই বিশেষ পাহাৰটো খাৰ মাটি নামেৰে জনাজাত যদিও, বিটিচি চুক্তি হোৱাৰ পিছত বড়ো সকলে চৌংখ্ৰী হাজো নামেৰেও নামাকৰণ কৰিছিল ৷ পাহাৰটো পাগলাদিয়া নৈৰ তীৰৰ তিনি আৰু সাত নম্বৰ বান্ধৰ মানাহ চৌকিৰ ওচৰত অৱস্থিত ৷ দৰাচলতে এই পাহাৰটোৰ মাটি নিমখীয়া ৷ যাৰ বাবে প্ৰতিদিনে পাহাৰটোৰ মাটি আহাৰ হিচাপে গ্ৰহণ কৰিবলৈ আহে হাতীৰ লগতে অন্য বহু জীৱ-জন্তুৱেও ৷
হাতীৰ আহাৰ এটা বিশেষ পাহাৰ
বাক্সাৰ ভাৰত ভূটান সীমান্তত হাতীয়ে খোৱা এটা বিশেষ পাহাৰ ৷ পাহাৰটোৰ মাটি আহাৰ হিচাপে গ্ৰহণ কৰে হাতীৰ লগতে আন বহু জীৱ-জন্তুৱে ৷
হাতীয়ে আহাৰ হিচাপে খোৱা এখন বিশেষ পাহাৰ
বাক্সা,7আগষ্ট : বাক্সাৰ ভাৰত ভূটান সীমান্তত হাতীয়ে খোৱা এটা বিশেষ পাহাৰ ৷ এই বিশেষ পাহাৰটো খাৰ মাটি নামেৰে জনাজাত যদিও, বিটিচি চুক্তি হোৱাৰ পিছত বড়ো সকলে চৌংখ্ৰী হাজো নামেৰেও নামাকৰণ কৰিছিল ৷ পাহাৰটো পাগলাদিয়া নৈৰ তীৰৰ তিনি আৰু সাত নম্বৰ বান্ধৰ মানাহ চৌকিৰ ওচৰত অৱস্থিত ৷ দৰাচলতে এই পাহাৰটোৰ মাটি নিমখীয়া ৷ যাৰ বাবে প্ৰতিদিনে পাহাৰটোৰ মাটি আহাৰ হিচাপে গ্ৰহণ কৰিবলৈ আহে হাতীৰ লগতে অন্য বহু জীৱ-জন্তুৱেও ৷
Intro:বাক্সাৰ ভাৰত ভূটান সীমান্তত হাতীয়ে খোৱা এখন বিশেষ পাহাৰ ।
আমাৰ এক প্ৰতিবেদন ।
Body:এখন বিশেষ পাহাৰৰ সন্ধানত আমি আগবাঢ়িছিলো সেউজীয়া গাহনীৰ মাজে মাজে । এনেকুৱা এখন পাহাৰ যিখন পাহাৰৰ মাটি বনৰীয়া জীৱ জন্তুৱে খাই । হয় এই বিশেষ পাহাৰখন আছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত আৰু এক কঠিন যাত্ৰাৰ অন্তত উপস্থিত হৈছিলো সেই পাহাৰ খনৰ ওচৰলৈ। উক্ত পাহাৰখন খাৰ মাটি নামেৰ জনাজাত আৰু বিটিচি চুক্তি হোৱাৰ পিছতে বড়ো সকলে চৌংখ্ৰী হাজো নামেৰে নামাকৰণ কৰিছিল । এইখন পাহাৰখন পাগলদীয়া নৈৰ তীৰৰ তিনি আৰু সাত নম্বৰ বান্ধৰৰ মানাহ চৌকিৰ ওচৰত অৱস্থিতো। জানিব পৰা মতে এই পাহাৰ খনৰ মাটি নিমখিয়া সেয়ে প্ৰতি দিনে বনৰীয়া হাতীৰ লগতে বিভিন্ন জীৱ জন্তুৱে পাহাৰ খনৰ মাটি খাবলৈ আহে । উল্লেখ্য যে কিছু দিন আগতে উক্ত ঠাইখিনিতে এটা বৃহৎ আকাৰৰ বনৰীয়া হাতীয়ে মৃত্যুক আকোঁৱালি লৈছিল ।
যদিও আমি পাহাৰ খনৰ মাটি বনৰীয়া জীৱ জন্তুৱে খোৱা প্ৰত্যক্ষ কৰা নাছিলো তথাপি বনৰীয়া হাতীৰ মোল মুত্ৰ দেখিবলৈ পোৱা পৰিলক্ষিত হৈছিল।
Conclusion:লক্ষণীয় যে এই নিমখিয়া পাহাৰ খন যদি বিটিচি প্ৰশাসনে সংৰক্ষণৰ ব্যৱস্থা কৰে তেতিয়া হলে জিলা খনৰ বিভিন্ন প্ৰান্তত হৈ থকা হাতী মানুহৰ সংঘাত ৰোধ কৰাত সহায়ক বুলি অনুমান কৰিব পাৰি ।
ভাষ্য :
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।