ETV Bharat / state

বাক্সাত উপায়ুক্তই পৰিদৰ্শন কৰিলে ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চল

author img

By

Published : Apr 26, 2022, 12:28 PM IST

ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিছে সমগ্ৰ বাক্সা জিলাত ৷ সেয়ে জিলাখনৰ উপাযুক্ত আয়ুষ গাৰ্গে যোৱা কেইবাদিনো নেৰানেপেৰাকৈ হৈ থকা বৰষুণ আৰু ধুমুহা-শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তৰ(DC visits storm affected areas in Baksa) বুজ লয় ৷

DC visits storm affected areas in baksa
বাক্সাত প্ৰকৃতিৰ তাণ্ডৱ

বাক্সা, 26 এপ্ৰিল : বিগত কেইদিনমানৰ পৰা হোৱা প্ৰকৃতিৰ তাণ্ডৱত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈ পৰিছে সাধাৰণ লোকসকল ৷ বিশেষকৈ নামনি অসমত হোৱা ধুমুহা-বৰষুণৰ তাণ্ডৱে বিপৰ্যস্ত কৰিছে জনজীৱন ৷ অধিকাংশ লোকৰে বাসগৃহ, কৃষি ভূমিৰ যথেষ্ঠ ক্ষতিসাধন হৈছে ৷

ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিছে সমগ্ৰ বাক্সা জিলাত ৷ সেয়ে জিলাখনৰ উপাযুক্ত আয়ুষ গাৰ্গে যোৱা কেইবাদিনো নেৰানেপেৰাকৈ হৈ থকা বৰষুণ আৰু ধুমুহা-শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তৰ(DC visits storm affected areas in Baksa) বুজ লয় ৷

উপায়ুক্তই পৰিদৰ্শন কৰিলে ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চল

উপায়ুক্তগৰাকীয়ে প্ৰথমে দিঘেলীত উপস্থিত হৈ শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হোৱা দিঘেলী ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰ, দিঘেলী হাইস্কুল, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ঘৰে ঘৰে গৈ পৰিস্থিতি নিৰীক্ষণ কৰে ৷

উল্লেখ্য যে, এই পৰিদৰ্শনৰ পিছত উপায়ুক্তগৰাকীয়ে এক প্ৰতিবেদন প্ৰস্তুত কৰি সাহায্য লাভৰ বাবে আহ্বান জনাই ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব ৷

লগতে চাওক: ধুমুহা-বৰষুণত ৰাজ্যত 20 লোকৰ প্ৰাণহানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.