ETV Bharat / state

কদমগুৰিত দিবা-নৈশ প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতা - মানাহ-শালবাৰী ভলীবল ক্লাৱ

বাক্সা জিলাৰ জালাহ কদমগুৰিত আজিৰে পৰাই আৰম্ভ হৈছে প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 8 টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ৷

কদমগুৰিত দিবা-নৈশ প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতা

author img

By

Published : Feb 6, 2021, 7:51 PM IST

জালাহ, 6 ফেব্ৰুৱাৰী : বাক্সা জিলাৰ অন্তৰ্গত জালাহ কদমগুৰিত শনিবাৰৰ পৰা ৰাজ্যিক ভিত্তিত আৰম্ভ হৈছে দিবা-নৈশ ভলীবল প্ৰতিযোগিতা ৷ কদমগুৰি ডিচকভাৰী ক্লাৱৰ উদ্যোগত আৰু কৃষক সংঘৰ সহযোগত আজিৰে পৰা এদিনীয়াকৈ দিবা-নৈশ প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে ৷

ভলীবল প্ৰতিযোগিতাৰ এটা দৃশ্য
ভলীবল প্ৰতিযোগিতাৰ এটা দৃশ্য

বিশিষ্ট সমাজকৰ্মী সোণাৰাম দাসে উদ্বোধন কৰা দিবা-নৈশ প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত 24 AP(IR) BN দলে কদমগুৰি ডিচকভাৰী ক্লাৱক 2-1 গেমত পৰাজিত কৰি জয়ী হয় ৷

নেট স্পাইক আক্ৰমণৰ শিহৰিত ষ্ট্ৰাইক
নেট স্পাইক আক্ৰমণৰ শিহৰিত ষ্ট্ৰাইক

উদ্বোধনী অনুষ্ঠানত জালাহ উন্নয়ন কমিটীৰ সভাপতি হোমেশ্বৰ দাস, একালৰ বিশিষ্ট খেলুৱৈ দীনেশ নাথ, বিশিষ্ট সমাজকৰ্মী ডিম্বেশ্বৰ দাস, কদমগুৰি কৃষক সংঘৰ সভাপতি কৈলাশ চন্দ্র দাস, বিশিষ্ট সমাজকৰ্মী পৰমানন্দ দাস আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ।

প্ৰতিযোগিতা সন্দৰ্ভত আয়োজক কমিটীৰ সম্পাদকৰ মন্তব্য

প্ৰতিযোগিতাখনত গুৱাহাটী ভলীবল ক্লাৱ, মানাহ-শালবাৰী ভলীবল ক্লাৱ, বজালী ভলীবল ক্লাৱ, 24 AP(IR) BN দল আদি দলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.