ETV Bharat / state

বিদ্যুৎ সেৱা অবিহনেই মাছুল পৰিশোধ কৰা এখন গাঁও

author img

By

Published : Jan 4, 2020, 8:32 PM IST

তামুলপুৰ বিদ্যু উপ-সংমণ্ডলৰ অধীনষ্ঠ ভাৰত ভূটান সীমান্তৰ ১ নং ডোঙাৰগাঁৱৰ ৰাইজে ছমাহ ধৰি দেখা নাই বিদ্যুতৰ পোহৰ কিন্তু তথাপি প্ৰতি মাহে ভৰিবলগীয়া হৈছে বিদ্যুতৰ মাছুল ৷ চাওক আমৰ এক বিশেষ প্ৰতিবেদন ৷

Currrent connection less village from Baksa
বিদ্যুৎ সেৱা অবিহনেই মাছুল পৰিশোধ কৰা এখন গাঁও

বাক্সা,4 জানুৱাৰীঃ এক আজৱ ঘটনা সংঘটিত হৈছে বাক্সাৰ এখন গাঁৱত বিদ্যুৎ সেৱা অবিহনেই পৰিশোধ কৰিব লগা হৈছে বিদ্যুৎ মাছুল ৷ তামুলপুৰ বিদ্যু উপ-সংমণ্ডলৰ অধীনষ্ঠ ভাৰত ভূটান সীমান্তৰ ১ নং ডোঙাৰগাঁৱৰ ৰাইজে ছমাহ ধৰি দেখা নাই বিদ্যুতৰ পোহৰ কিন্তু তথাপি প্ৰতি মাহে ভৰিবলগীয়া হৈছে বিদ্যুতৰ মাছুল ৷ সৰ্বমুঠ 22 টা পৰিয়ালে বসবাস এই 1 নং ডোঙাৰগাঁৱৰ অধিকসংখ্যক লোকেই দিন হাজিৰা কৰি খাটিখোৱা লোক ৷ আনহাতে গাঁওখনত উন্নত আন্তঃগাঁথনিৰে ইতিমধ্যেই বিদ্যুতৰ সংযোগ ব্যৱস্থাপনা আছে ৷ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে আছে মিটাৰ সংযোগৰো ব্যৱস্থা ৷ আনহাতে গাঁৱখনত উপলব্ধ হৈছে ট্ৰেন্সফৰ্মাৰ কিন্তু নাই বিদ্যুৎ সেৱাহে ৷

বিদ্যুৎ সেৱা অবিহনেই মাছুল পৰিশোধ কৰা এখন গাঁও

উল্লেখ্য যে বজ্ৰপাত পৰি বিগত বাৰিষাৰ সময়ৰে পৰা বিকল হৈ আছে ট্ৰেন্সফৰ্মাৰটো ৷ বহুদিন ধৰি দুৰ্ভোগ ভুগি থকা গাঁৱবাসীয়ে তামুলপুৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত কেইবাবাৰো যোগাযোগ কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷

আৰু পঢ়কঃন ৰূপত সাজু লাওখোৱা আৰু বুঢ়াচাপৰি বনাঞ্চল

Intro:বাক্সাৰ এখন গাঁওত বিদ্যুত নোহোৱাকৈ পৰিশোধ কৰিব লগীয়া হৈছে ছমাহ ধৰি মাচুল ।

Body:বাক্সা জিলাৰ এখন গাঁৱৰ ৰাইজ বিগত ছমাহ ধৰি বিদ্যুত নোহোৱাকৈ মাহেকীয়া বিদ্যুতৰ মাচুল ভৰি থাকিব লগীয়া হৈছে । হয় তামুলপুৰ বিদ্যু উপ-সংমণ্ডলৰ অধিনস্থ ভাৰত ভূটান সীমান্তৰ ১ নং ডোঙাৰগাৱৰ দিন হাজিৰা কৰি খাটি খোৱা ৰাইজে বিগত ছমাহ ধৰি বিদ্যুতৰ পোহৰ দেখা নাই কিন্তু তথাপি এইসকল লোকে প্ৰতি মাহে মাহেকীয়া মাচুল অহা কাৰোবাৰ যদি ২৫০ টকাৰ পৰা ৩০০ টকা আদায় দি আছে । ১ নং ডোঙাৰগাওখনত সৰহ সংখ্যক লোকে দিন হাজিৰা কৰি খোৱা লোক আৰু গাওঁখনত সৰ্বমুঠ ২২ টা পৰিয়ালে বসবাস কৰে ।

Conclusion:উল্লেখ্য যে গাঁওখনত বিদ্যুত সংযোগী ভাল আন্তগাঠনীৰ তাৰ আছে আৰু প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে মিটাৰ সংযোগ দিয়া আছে । ট্ৰান্স ফাৰ্মাও লগোৱা আছে কিন্তু বিদ্যুত হে নাই । জানিব পৰা বিগত বাৰিষাৰ সময়ত বজ্ৰপাত পৰি ট্ৰান্স ফাৰ্মাটো বেয়া হৈ পৰি আছে আৰু তেতিয়াৰে পৰা এতিয়া লৈকে ট্ৰান্স ফাৰ্মাটো বিকল হৈ পৰিয়ে আছে । গাওঁ বাসীয়ে তামুলপুৰ বিদ্যুত উপসংমণ্ডলৰ কাৰ্য্যালয়ত গৈ যোগাযোগ কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ সহাৰি নোপোৱা বুলি অভিযোগ উত্থাপন কৰে ।

ভাষ্য : ১/২/৩ স্থানীয় লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.