ETV Bharat / state

বৰমাত চি পি আই এমৰ নিৰ্বাচনী সভা

সভাত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী বিৰাজ ডেকাই কংগ্ৰেছ, বিজেপি আৰু বিপিএফক ক্ষুৰধাৰ সমালোচনা কৰে ৷ তেওঁ কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কৃষক, শ্ৰমিক, আৰু নিবনুৱা যুৱক-যুৱতীৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷

বৰমাত চি পি আই এমৰ নিৰ্বাচনী সভা
author img

By

Published : Mar 28, 2019, 6:31 AM IST

বৰমা,27 মাৰ্চঃ ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বৰমা কদমতলত বুধবাৰেনিৰ্বাচনী প্ৰচাৰ চলায়চি পি আই এম দলে ৷ চি পি আই এমৰ ৰাজ্যিক সভাপতি জগৎ গোস্বামীয়ে সভাপতিত্ব কৰা সভাত উদ্দেশ্য বাখ্যা কৰি চি পি আই এমৰ টিহু আঞ্চলিক সমিতিৰ সম্পাদক কৰুণা কলিতাই ৷সভাত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী বিৰাজ ডেকাই কংগ্ৰেছ, বিজেপি আৰু বিপিএফকক্ষুৰধাৰ সমালোচনা কৰে ৷

বৰমাত চি পি আই এমৰ নিৰ্বাচনী সভা
তেওঁ কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কৃষক, শ্ৰমিক আৰু নিবনুৱা যুৱক-যুৱতীৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷ নিৰ্বাচনী সভাখনত দলটোৰ কেইবাগৰাকীও মেতা উপস্থিত থাকে ৷

বৰমা,27 মাৰ্চঃ ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বৰমা কদমতলত বুধবাৰেনিৰ্বাচনী প্ৰচাৰ চলায়চি পি আই এম দলে ৷ চি পি আই এমৰ ৰাজ্যিক সভাপতি জগৎ গোস্বামীয়ে সভাপতিত্ব কৰা সভাত উদ্দেশ্য বাখ্যা কৰি চি পি আই এমৰ টিহু আঞ্চলিক সমিতিৰ সম্পাদক কৰুণা কলিতাই ৷সভাত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী বিৰাজ ডেকাই কংগ্ৰেছ, বিজেপি আৰু বিপিএফকক্ষুৰধাৰ সমালোচনা কৰে ৷

বৰমাত চি পি আই এমৰ নিৰ্বাচনী সভা
তেওঁ কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কৃষক, শ্ৰমিক আৰু নিবনুৱা যুৱক-যুৱতীৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷ নিৰ্বাচনী সভাখনত দলটোৰ কেইবাগৰাকীও মেতা উপস্থিত থাকে ৷
Intro:বাক্সাৰ কদমতলত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত CPIM অৰ নিৰ্বাচনী প্ৰচাৰBody:বৰমাৰ কদমতলত চি,পি,আই,এমৰ নিৰ্বাচনী জনসভা # সভাত ছহিদ কমৰেড দীন কলিতাক স্মৰন #
বৰমা,২৭ মাৰ্চ --- ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বৰমা কদমতলত নিৰ্বাচনী প্ৰচাৰ চলালে চি,পি,আই,এম দলে ৷ চি,পি,আই,এমৰ ৰাজ্যিক সভাপতি জগৎ গোস্বামীয়ে সভাপতিত্ব কৰা সভাত উদ্দেশ্য বাখ্যা কৰি চি,পি,আই,এমৰ টিহু আঞ্চলিক সমিতিৰ সম্পাদক কৰুনা কলিতাই ৰাজ্যৰ লগতে কোকৰাঝাৰ লোক সভা সমষ্টিত কোনো ধৰনৰ উন্নয়ন হোৱা নাই বুলি মন্তব্য কৰে ৷ তেও লগতে কৃষকৰ সমস্যা, নিবনিৱা যুৱক - যুৱতীন সমস্যা,আৰু মুল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি কয় ৷ সভাত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ চি,পি,আই,এম দলৰ প্ৰৰ্থী বিৰাজ ডেকাই কংগ্ৰেছ, বিজেপি,বিপিএফকে ধৰি সকলো দলকে ক্ষুৰধাৰ সমালোচনা কৰে ৷ তেও কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কৃষক, শ্ৰমিক, নিবনুৱা যুৱক যুৱতীৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷তেও লগতে আগন্তুক লোক সভা নিৰ্বাচনত চিপিআই এম দলৰ হৈ তেও জয়লাভ কৰিলে সকলো সমস্যা দুৰ কৰিব বুলি মন্তব্য কৰে ৷ সভাত চিপিআইএমৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই ৰাজ্য তথা কেন্দ্ৰীত আৰ এচ এচৰ দ্বাৰা পৰিচালিত চৰকাৰ চলি থকা বুলি মন্তব্য কৰে ৷ বিজেপি দলে সাম্প্ৰদায়িক বীজ সিচি ৰাইজক ভাগ ভাগ কৰিব বিচৰা বুলি মন্তব্য কৰে ৷ আন ৰাজনৈতিক দল সমুহে সভা অনুস্থিত কৰি সভাত উপস্থিত থকা লোকক জলপানৰ ব্যৱস্থা কৰে; কিন্তু চিপিআইএম দলৰ সভাত কোনো জলপানি দিয়া নহয় যদিও সকলো ৰাইজ উপস্থিত হয় ৷ দেশৰ প্ৰধানমনেত্ৰী নৰেন্দ্ৰ মোডীয়ে বিদেশৰ পৰা কলা টকা উদ্ধাৰ কৰি প্ৰতিটো পৰিয়ালৰ একাউন্টত পোন্ধৰ লাখ কৈ জমা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হৈছে বিজেপি দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ দেশৰ নিৱনুৱাক কৰ্মসংস্থাপন, কৃষকৰ উৎপাদিত ফচলৰ উচিত মুল্য, মুল্য বৃদ্ধি হ্ৰাস,আৰু এখন দুৰ্নীতি মুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰিছিল যদিও সকলো ক্ষেত্ৰতে বিফল হৈছে বিজেপি চৰকাৰ বুলি মন্তব্য কৰে কম: দেৱেন ভট্টাচাৰ্যই ৷ দেশৰ এনে এক জটিল সন্ধিক্ষনত গৰীৱ শ্ৰমিক, কৃষক, মেহনতি দনতা ঐক্য বদ্ধ হৈ দেশ তথা জনগনক ৰক্ষা কৰাৰ স্বাৰ্থত আগন্তুক লোক সভা নিৰ্বাচনত বিজেপি চৰকাৰক যি কোনো প্ৰকাৰে ওফৰাব লাগিব বুলি ৰাইজক উদ্দেশ্যে ভাষন ৰাখে ৷ সভাত চি পি আই এমৰ নলবাৰী জিলা সমিতিৰ সম্পাদক উমেশ দত্ত, অসম ৰাজ্যিক চি পি আই এম সমিতিৰ সম্পাদক মণ্ডলীৰ সদস্য কম: সুপ্ৰকাশ তালুকদাৰৰ লগতে কেবাজনো নেতা উপস্থিত থাকে ৷Conclusion:সমাগত লোকসভা নিৰ্বাচনত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ CPIM অৰ প্ৰাৰ্থী হব বিৰাজ ডেকা ৷
BYTE: বিৰাজ ডেকা, প্ৰাৰ্থী ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.