ETV Bharat / state

7 দিনীয়া ভ্ৰমণসূচীৰে অসম পালেহি কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক গৃহমন্ত্ৰী জি কিষান ৰেড্ডী - অসমত উপস্থিত ৰাজ্যিক গৃহমন্ত্ৰী জি কিশান ৰেড্ডী

উল্লেখ্য যে ৬৪ নং এছ এছ বি বাহিনীৰ বিষয়ববীয়া সকলৰ লগত সাম্প্ৰতিক সময়ৰ ওপৰত এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয় জি কিশান ৰেড্ডী ৷  উক্ত আলোচনাত উপস্থিত থাকে বাক্সা জিলাৰ প্ৰশাসনিক বিষয়া সকল ।

অসমত ৰাজ্যিক গৃহমন্ত্ৰী জি কিশান ৰেড্ডী
author img

By

Published : Oct 20, 2019, 3:20 PM IST

বাক্সা, 20 অক্টোবৰ: উত্তৰ পূৰ্বাঞ্চল পৰ্যবেক্ষণ নীতিৰ আধাৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে মন্ত্ৰীত্বৰ দায়িত্ব লোৱাৰ পিচতে প্ৰথমবাৰলৈ অসমভূমি ভ্ৰমণ কৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক গৃহমন্ত্ৰী জি কিষান ৰেড্ডীয়ে । দেওবাৰে গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে হেলিকেপ্তাৰৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ দৰঙামেলা স্থিত ৬৪ নং এছ এছ বি বাহিনীৰ চাওঁনীত উপস্থিত হয় ৰাজ্যিক গৃহমন্ত্ৰীগৰাকী ।

অসমত ৰাজ্যিক গৃহমন্ত্ৰী জি কিশান ৰেড্ডী

উল্লেখ্য যে ৬৪ নং এছ এছ বি বাহিনীটোৰ বিষয়ববীয়া সকলৰ লগত সাম্প্ৰতিক সময়ৰ ওপৰত এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয় জি কিষান ৰেড্ডী ৷ উক্ত আলোচনাত উপস্থিত থাকে বাক্সা জিলাৰ প্ৰশাসনিক বিষয়া সকল । সভাৰ অন্ততঃ মন্ত্ৰী গৰাকীয়ে ভাৰত ভূটান সীমান্তত থকা BP240/4 নং সীমান্ত খুটি পৰিদৰ্শন কৰে । সাংবাদিকক আগত প্ৰকাশ কৰা অনুসৰি 7 দিনলৈ অসমতে থাকিব মন্ত্ৰীগৰাকীয়ে ৷ তাৰ পিচত মণিপুৰলৈ উৰা মাৰিব জি কিষান ৰেড্ডী ।

Intro:বাক্সাৰ ভাৰত ভূটান সীমান্তৰ দৰঙাস্থিত ৬৪ নং বাহিনী এছ এছ বি সেনা চাওনীত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক গৃহমন্ত্ৰী জি কে ৰেড্ডী ।

Body:দেশৰ প্ৰাধন মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ উত্তৰ পূৰ্বাঞ্চল চোৱাৰ নীতিৰ আধাৰত কেন্দ্ৰীয় চৰকাৰ খনৰ আদেশ মৰ্মে সাত ভনী খ্যাত অসম লৈ মন্ত্ৰীত্বৰ দায়িত্ব লোৱাৰ পিছতেই অসমলৈ প্ৰথম বাৰলৈ ভ্ৰমণ কৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক গৃহমন্ত্ৰী জি কে ৰেড্ডীয়ে । আজি গুৱাহাটী বিমানবন্দৰ পৰা চিধাই হেলিকেপ্তাৰৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ দৰঙামেলা স্থিত ৬৪ নং এছ এছ বি বাহিনীটোৰ চাওনীত উপস্থিত হয় । প্ৰথমে ৬৪ নং এছ এছ বি বাহিনীটোৰ বিষয়ববীয়া সকলৰ লগত সাম্প্ৰতিক সময়ৰ ওপৰত এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয় আৰু উক্ত আলোচনাত বাক্সা জিলাৰ প্ৰশাসনিক বিষয়া সকলেও উপস্থিত থাকে । উল্লেখ্য যে সভাৰ অন্ততঃ মন্ত্ৰী গৰাকীয়ে ভাৰত ভূটান সীমান্তৰ থকা BP240/4 নং সীমান্ত খুটি পৰিদৰ্শন কৰে ।

Conclusion:মন্ত্ৰী গৰাকী সাংবাদিকক আগত প্ৰকাশ কৰা অনুসৰি সাতদিন লৈকে অসমত থাকিব আৰু ইয়াৰ পিছত মণিপুৰলৈ ভ্ৰমণ কৰিব বুলি জানিবলৈ দিয়ে ।

Exclusive News

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.