ETV Bharat / state

বাক্সাত সুধাকন্ঠৰ নৱম মৃত্যু বাৰ্ষিকী পালন

author img

By

Published : Nov 6, 2020, 9:12 AM IST

বাক্সাত সুধাকন্ঠৰ মৃত্যু বাৰ্ষিকী পালন ৷ অনুষ্টুপীয়াকৈ পালন কৰা এই কাৰ্যসূচী ৷ উপস্থিত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

Celebrating the ninth death anniversary of Dr Bhupen hazarika
বাক্সাত সুধাকন্ঠৰ নৱম মৃত্যু বাৰ্ষিকী পালন

বাক্সা, 6 নৱেম্বৰ : বাক্সা জিলাৰ পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰৰ কালাকুছিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাদেৱৰ নৱম মৃত্যু বাৰ্ষিকী পালন কৰা হয় ৷ কৰ'ণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হয় অনুষ্ঠানটি ৷

পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় পাঠকে আঁতধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক ৰবিন ডেকা । একদৰে মাল্যাৰ্পণ কৰে কেশৱ বড়োৱে । তামুলপুৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ দিশত গুৰুত্ব দিয়া পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাই 1990 চনৰ পৰাই একেৰাহে সুধাকণ্ঠৰ জন্মদিন পালন কৰি অহাৰ লগতে বিগত 9 বছৰ ধৰি মৃত্যু দিৱস পালন কৰি আহিছে ।

উল্লেখ্য যে, উক্ত অনুষ্ঠানত বাক্সা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন প্ৰতিস্থাপক সভাপতি সোনেশ্বৰ কলিতা, তামুলপুৰ আছুৰ প্ৰাক্তন শিক্ষা সম্পাদক হৰিনাৰায়ণ কলিতাৰ লগতে পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ বহু নেতাকৰ্মী ৷

লগতে পঢ়ক : বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.