ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক'লে প্ৰস্তুতি পৰাশৰে - নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক'লে প্ৰস্তুতি পৰাশৰে

যি সময়ত জনপ্ৰিয় গায়ক জুবিন গাৰ্গে কেবৰ বিৰোধিতাৰে নিজৰ স্থিতিত অটল হৈ আছে, তেনে সময়তে ভ্ৰাম্যমান আৰু চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কেব আৰু এন আৰ চিক লৈ ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ৷

PRASTUTI PARASHAR
প্ৰস্তুতি পৰাশৰ
author img

By

Published : Nov 28, 2019, 5:35 PM IST

বাক্সা,28 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰস্তুতি পৰাশৰৰ ৷ যি সময়ত জনপ্ৰিয় গায়ক জুবিন গাৰ্গে কেবৰ বিৰোধিতাৰে নিজৰ স্থিতিত অটল হৈ আছে তেনে সময়তে ভ্ৰাম্যমান আৰু চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কেব আৰু এন আৰ চিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ বাক্সা জিলাৰ মেৰকুছিত মঞ্চস্থ কৰা আৱাহন থিয়েটাৰৰ প্ৰথম দিনাৰ নাট সন্ধ্যাতৰা পৰিৱেশনৰ প্ৰাকমুহুৰ্তত অভিনেত্ৰী গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পূৰ্বৰ বিৰোধী স্থিতিতে অটল থকাৰ কথা ব্যক্ত কৰে ৷ অভিনেত্ৰী গৰাকীয়ে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ বিপৰীতে যাব পৰা কোনো কামকে সমৰ্থন নকৰো বুলি স্পষ্ট ভাৱে প্ৰকাশ কৰে ৷ কেবৰ সংশোধনী সম্পৰ্কত কোনো তথ্য চৰকাৰে ৰাজহুৱা কৰা নাই বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিদেশী মুক্ত শুদ্ধ ৰূপত পোৱাটো বিচাৰে বুলি কয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰস্তুতি পৰাশৰ

লগতে পঢ়কঃগোলাঘাটত স্বয়ম্ভু এম.বি.বি.এছ আটক

Intro:কেব - এন আৰ চিক লৈ প্ৰতিক্ৰীয়া অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ। অসমীয়াৰ স্বাৰ্থৰ বিৰোধী পদক্ষেপক আমি চিকাৰ নকোৰ। আৱাহনৰ প্ৰথম নিশাৰ নাট সন্ধ্যাতৰাই চুই গ'ল দৰ্শকৰ হৃদয়। নাটখনত যদি অভিনয়ৰে প্ৰস্তুতি পৰাশৰে কান্দিছে আনফালে নাটখন উপভোগ কৰা প্ৰতিজন দৰ্শকৰ চকুত চকুপানী।Body:যি সময়ত জনপ্ৰিয় গায়ক জুবিন গাৰ্গে কেবৰ বিৰোধীতাৰে নিজৰ স্থিতিত অতল হৈ আছে; তেনে সময়তে ভ্ৰাম্যমান আৰু চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কেব - এন আৰ চিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ বাক্সা জিলাৰ মেৰকুছিত মঞ্চস্থ কৰা আবাহন থিয়েটাৰৰ প্ৰথম দিনাৰ নাট সন্ধ্যাতৰা পৰিবেশনৰ প্ৰাকমুহুৰ্তত অভিনেত্ৰী গৰাকীয়ে নাগৰিক সংশোধনী বিধেয়কৰ বিৰুদ্ধে পূৰ্বৰ বিৰোধী স্থিতিতে অতল থকাৰ কথা ব্যক্ত কৰে ৷ অভিনেত্ৰী গৰাকীয়ে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ বিপৰীতে যাব পৰা কোনো কামকে সমৰ্থন নকৰো বুলি স্পষ্ট ভাবে প্ৰকাশ কৰে ৷ কেবৰ সংশোধনী সম্পৰ্কত কোনো তথ্য চৰকাৰে ৰাজহুৱা কৰা নাই বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷
ইফালে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত হোৱা ৰাষ্ট্ৰীয় নাগৰীক পঞ্জীৰ বিদেশী মুক্ত শুদ্ধ ৰূপত পোৱাটো বিচাৰে বুলি কয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷
বুধবাৰৰ পৰা তিনিদিনৰ কাৰ্যসুচীলৈ বাক্সাৰ মেৰকুছিত আৱাহন থিয়েটাৰে প্ৰথম দিনাৰ সন্ধ্যাতৰা নাটখনে ৰাইজৰ বিপুল সহাৰি পোৱাৰ কথা প্ৰকাশ কৰে ৷ তেও লগতে আৱাহন থিয়েটাৰে মঞ্চস্থ কৰা তিনিও খন নাটককে ৰাইজে সমানে আদৰি লোৱাটো এক নজিৰ বিহীন উদাহৰন বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে আগন্তুক বৰ্ষতো আৱাহন থিয়েটাৰৰ মুল নাট হব জয়মতী আৰু এই জয়মতী নাটক খনে দৰ্শকৰ হৃদয় চুই যাব বুলি প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে।Conclusion:উল্লেখ্য যে এইবাৰৰ আৱাহন থিয়েটাৰৰ প্ৰথম নিশাৰ সন্ধ্যাতৰা নাটখনে দৰ্শকক এটা সুন্দৰ বাৰ্তা দিয়াৰ লগতে নাটখনত যদি এফালে অভিনয়ৰে প্ৰস্তুতি পৰাশৰে কান্দিছে আনফালে নাটখন উপভোগ কৰা প্ৰতিজন দৰ্শকৰ চকুত চকুপানী।
বাইট -- প্ৰস্তুতি পৰাশৰ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.