ETV Bharat / state

অবৈধ সন্তানৰ পিতৃ হোৱাৰ পৰা বাচি গৈছিল ঘনস্যাম দাস: কোনে কৰিলে এই বিস্ফোৰক মন্তব্য ?

author img

By

Published : Jun 4, 2022, 9:24 PM IST

"ঘনস্যাম দাস এটা সময়ত অবৈধ সন্তানৰ পিতৃ হোৱাৰ পৰা বাচি গৈছিল"- শনিবাৰে গণ সুৰক্ষা পাৰ্টিৰ উপ সভাপতি তথা বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসক উভতি ধৰি এইদৰে ক’লে অবড়ো সুৰক্ষা সমিতিৰ নেতা জোন দাসে ৷

"ঘনস্যাম দাস এটা সময়ত অবৈধ সন্তানৰ পিতৃ...: অবড়ো সুৰক্ষা সমিতিৰ নেতা জোন দাস

বাক্সা, 4 জুন: অহা 8 জুনত অনুষ্ঠিত হ’বলগীয়া বিটিআৰৰ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনলৈ (By election in BTR) মাজত মাত্ৰ তিনিটা দিন বাকী ৷ ইফালে ক্ৰমাত উত্তপ্ত হৈ পৰিছে বিটিআৰৰ ৰাজনৈতিক প্ৰেক্ষাপট (BTR's political context is heating up) ৷

তাৰ মাজতে আৰম্ভ হৈছে অবড়ো সুৰক্ষা সমিতিৰ নেতা জোন দাস আৰু গণ সুৰক্ষা পাৰ্টিৰ উপ সভাপতি তথা বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ শীতল যুদ্ধ (Ahead of by election political conflict between GSP and ABORO suraksha samiti in BTR) ।

শনিবাৰে এখন সংবাদমেল আয়োজন কৰি অবড়ো সুৰক্ষা সমিটিৰ নেতা সকলে ছহীদৰ নামত দালালী কৰা বুলি বিস্ফোৰক মন্তব্য কৰে জোন দাসে ৷ লগতে বিটিএডিত এতিয়াও ট্ৰাইবেল বেল্টৰ মাটি অন্য জনগোষ্ঠীৰ হাতলৈ সম্প্ৰসাৰণ নহয় বুলিও কয় নেতাগৰাকীয়ে ৷

"ঘনস্যাম দাস এটা সময়ত অবৈধ সন্তানৰ পিতৃ হোৱাৰ পৰা বাচি গৈছিল" এইদৰে গণ সুৰক্ষা পাৰ্টিৰ উপ সভাপতি তথা বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসক উভতি ধৰি এইদৰে ক’লে অবড়ো সুৰক্ষা সমিতিৰ নেতা জোন দাসে ৷

উল্লেখ্য যে, শুকুৰবাৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে এখন সংবাদমেল আয়োজন কৰি "জোন দাস নামৰ ব্যক্তিগৰাকী কেৱল নিৰ্বাচনৰ সময়ত ভুমুকি মাৰে কেইটামান টকাৰ কাৰণে । নিৰ্বাচন গ'লে মানুহজনো নোহোৱা হৈ যায়" বুলি মন্তব্য কৰিছিল ৷

লগতে পঢ়ক : উপ-নিৰ্বাচনৰ পূৰ্বে বিটিআৰত জিএছপি-অবড়ো সুৰক্ষা সমিতিৰ ৰাজনৈতিক সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.