ETV Bharat / state

বাক্সাৰ তামুলপুৰত দেহশ্ৰী প্ৰতিযোগিতা আয়োজন - দেহশ্ৰী প্ৰতিযোগিতা

বাক্সাৰ তামুলপুৰত ফিটনেছ জীমৰ উদ্যোগত বড়োলেণ্ড ক্লাচিক সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতাৰ আয়োজন । দেওবাৰে তামুলপুৰৰ মটঙাফুৰী ৰাজুহুৱা উদ্যানৰ শ্বহীদ মনেশ্বৰ বসুমতাৰী সোৱৰণী মঞ্চত দেহশ্ৰী প্ৰতিযোগিতা খন আয়োজন কৰা হয় ।

বাক্সাৰ তামুলপুৰত দেহশ্ৰী প্ৰতিযোগিতাৰ আয়োজন
author img

By

Published : Aug 19, 2019, 3:20 AM IST

বাক্সা, 19 আগষ্ট: বাক্সাৰ তামুলপুৰত ফিটনেছ জীমৰ উদ্যোগত বড়োলেণ্ড ক্লাচিক সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতাখন দেওবাৰে তামুলপুৰৰ মটঙাফুৰী ৰাজুহুৱা উদ্যানৰ শ্বহীদ মনেশ্বৰ বসুমতাৰী সোৱৰণী মঞ্চত আয়োজন কৰা হয় । প্ৰতিযোগিতা খনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলা শাখাত ১২ গৰাকী আৰু পুৰুষ শাখাত ৩৫ গৰাকীকৈ প্ৰতিযোগীয়ে ভাগ লয় ।

বাক্সাৰ তামুলপুৰত দেহশ্ৰী প্ৰতিযোগিতাৰ আয়োজন

উল্লেখ্য যে দেহশ্ৰী প্ৰতিযোগিতা খন মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা । অভিনেতা গৰাকীয়ে ৰাইজক উদ্দেশ্যি সকলোকে স্বাস্থ্যৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনায় । প্ৰতিযোগিতাখনত বিজয়ী সকলক নগদ ধনৰ লগতে ট্ৰফি সহ পুৰস্কাৰ প্ৰদান কৰা হয় ।

Intro:বাক্সাৰ তামুলপুৰ ফিন্টেছ জীমৰ উদ্যোগত বড়োলেণ্ড ক্লাচিক সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলা দুয়োটা শাখাত দেহশ্ৰী প্ৰতিযোগিতাৰ আয়োজন ।

Body:বাক্সা জিলাৰ তামুলপুৰত ফিন্টেছ জীমৰ উদ্যোগত বড়োলেণ্ড ক্লাচিক সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতাৰ আয়োজন কৰে । দেওবাৰে তামুলপুৰৰ মটঙাফুৰী ৰাজুহুৱা উদ্যানৰ শ্বহীদ মনেশ্বৰ বসুমতাৰী সোৱৰণী মঞ্চত দেহশ্ৰী প্ৰতিযোগিতা খন আয়োজন কৰা হয় । প্ৰতিযোগিতা খনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলা শাখাত ১২ গৰাকী আৰু পুৰুষ শাখাত ৩৫ গৰাকীকৈ প্ৰতিযোগীয়ে ভাগ লয় । প্ৰতিযোগিতা খনৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে সদৌ অসম দেহশ্ৰী প্ৰতিযোগিতা সংস্থাৰ সাধাৰণ সম্পাদক ভৱজ্যোতি গোস্বামী আৰু ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী লগতে স্থানীয় কেইবাগৰাকী বিশিষ্ট লোকে ।

Conclusion:উল্লেখ্য যে দেহশ্ৰী প্ৰতিযোগিতা খন মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । অভিনেতা গৰাকীয়ে ৰাইজক উদ্দেশ্যি কয় য়ে সকলোৱে স্বাস্থ্য প্ৰতি সজাগ হবলৈ আহ্বান জনায় । পিছত প্ৰতিযোগীতা খনত বিজয়ী সকলক নগদ ধন লগতে ট্ৰফি সহ পুৰস্কাৰ প্ৰদান কৰা ।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.