ETV Bharat / state

হাগ্ৰামাই BTC লৈ অহা ধন মেকুৰিৰ দৰে খাইছেঃ হিমন্ত বিশ্ব শৰ্মা - হাগ্ৰামাই BTC লৈ অহা ধন মেকুৰিৰ দৰে খাইছেঃ

সোমবাৰে গোৰেশ্বৰৰ বেঙেনাআটী সত্ৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত উপস্থিত থকা সভাখনৰ আঁত ধৰে মন্ত্ৰী ভৱেশ কলিতাই ৷ সাংসদ দিলীপ শইকিয়া, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ভাষণ প্ৰদান কৰাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়ে।

bjp-meeting-at-baksha-himanta-biswa-sharma-criteses-hagrama
হাগ্ৰামাই BTC লৈ অহা ধন মেকুৰিৰ দৰে খাইছেঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Nov 17, 2020, 12:56 PM IST

বাক্সা,17 নৱেম্বৰঃ বাক্সাৰ গোৰেশ্বৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা ৷ প্ৰথমে স্কুটিৰে ৰেলী, তাৰ পিছত পদযাত্ৰা আৰু বিশাল নিৰ্বাচনী সভাৰ মঞ্চত উঠি ঢোল-তাল বজাই ৰাইজক অভিবাদন মন্ত্ৰী হিমন্তৰ ৷

bjp-meeting-at-baksha-himanta-biswa-sharma-criteses-hagrama
হাগ্ৰামাই BTC লৈ অহা ধন মেকুৰিৰ দৰে খাইছেঃ হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে গোৰেশ্বৰৰ বেঙেনাআটী সত্ৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত উপস্থিত থকা সভাখনৰ আঁত ধৰে মন্ত্ৰী ভৱেশ কলিতাই ৷ সাংসদ দিলীপ শইকিয়া, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ভাষণ প্ৰদান কৰাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়ে ।

তেওঁৰ নিজ ভাষণত কয় যে, হাগ্ৰামাই BTC লৈ অহা ধন মেকুৰিৰ দৰে খাইছে ৷ চৰকাৰী আঁচনিৰ জৱকাৰ্ডৰ ধন, বিধৱা পেঞ্চন, আৱাস গৃহৰ নামত অহা ধন বিটিচিৰ VCDC বোলা দালাল বোৰে খাইছে ৷ এইবাৰ বিজেপি ক্ষমতালৈ আহিলে এইসমূহ দালাল নাইকিয়া কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ৷

আনহাতে সমাগত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ চলাব আহি মন্ত্ৰীগৰাকীয়ে বিধানসভা নিৰ্বাচনৰ হৈ মন্ত্ৰী ভৱেশ কলিতাৰো প্ৰচাৰ চলাই ক’লে, এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰলৈ দুই লাইন যুক্ত পথ নিৰ্মাণ, ট্ৰেজাৰি অফিচ, এখন ষ্টেডিয়াম, ৩০খন বিচনা যুক্ত চিকিৎসালয়খনক FRUলৈ উন্নতিকৰণ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত নিশা বন্যহস্তীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.