ETV Bharat / state

তামুলপুৰত বিজেপিৰ জনজাগৰণ সভা - বিজেপিৰ এখন জনজাগৰণ সভা

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিজেপিৰ এখন জনজাগৰণ সভা অনুষ্ঠিত হয় আৰু এই সভাত কংগ্ৰেছৰ লগতে বহু দলৰ প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰে ৷

তামুলপুৰত বিজেপিৰ জনজাগৰণ সভা
author img

By

Published : Sep 30, 2019, 2:22 AM IST

বাক্সা,29চেপ্তেম্বৰ : দেওবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিজেপিৰ এখন জনজাগৰণ সভা অনুষ্ঠিত হয় ৷ সভাত অংশগ্ৰহণ কৰে ঢেকীয়াজুলী সমষ্টিৰ বিধায়ক তথা জিএম ডিৰ অধ্যক্ষ অশোকানন্দ সিংঘাল,বিভূতা বৰগয়াৰী,বিপ্লৱ দে,নাধৰ্মনাৰায়ণ দাস,অৰ্জন চেত্ৰী, ৰাজেশ বড়ো আৰু যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক উপস্থিত থাকে ৷ সভাত সদ্য প্ৰকাশিত এনআৰচি সম্পৰ্কতো সিংহালে কয়- ''এন আৰ চি আমি মানি ল'ব নোৱাৰো, এনআৰচিৰ দ্বাৰা বিদেশীক স্বদেশী আৰু স্বদেশীক বিদেশী কৰা হৈছে ''৷ এই এনআৰচি ভাৰতীয় জনতা পাৰ্টীয়ে মানি ল'ব নোৱাৰে। দিল্লীত যেতিয়ালৈকে বিজেপি চৰকাৰ থাকে তেতিয়ালৈ কোনো ভয় নাই বুলিও মন্তব্য কৰে সিংহালে ৷

তামুলপুৰত বিজেপিৰ জনজাগৰণ সভা

ইয়াৰোপৰি,কাশ্মীৰৰ ৩৭০অনুচ্ছেদ ৩৫(A) ধাৰা সম্পৰ্কতো বক্তব্য প্ৰদান কৰে সিংহালে ৷ সিংহালে কয় যে,কাশ্মীৰ চৰকাৰে ৩৭০ অনুচ্ছেদৰ বাবে দুৰ্নীতি কৰি আছে । এই জনজাগৰণ সভাত কংগ্ৰেছৰ লগতে বহু দলৰ প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰে ৷

Intro:বাক্সাৰ তামুলপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় একতা অভিযান ।
কোকৰাঝাৰ লোক সভা ভিত্তিক জনজাগৰণ সভা ।

Body:বাক্সা জিলাৰ বিজেপিৰ উদ্যোগত আজি কোকৰাঝাৰ লোক সভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিজেপিৰ এখন জনজাগৰণ সভা অনুষ্ঠিত কৰা হয় । সভাত অংশ গ্ৰহণ কৰি ঢেকীয়াজুলী সমষ্টিৰ বিধায়ক তথা জিএম ডিৰ অধ্যক্ষ অশোকানন্দ সিংঘালে এইদৰে কয় যে বিটিচিত বিজেপি দলৰ বাহিৰে অন্য কোনো দলে উন্নয়ন কৰিব । লগতে সদ্য প্ৰকাশিত এন আৰ চি সম্পৰ্কত বক্তব্য প্ৰদান কৰি তেওঁ পুন কয় যে এন আৰ চি আমি মানি লব নোৱৰো । এন আৰ চিৰ দ্বাৰা বিদেশীক স্বদেশী,স্বদেশীক বিদেশী কৰা হল । এই এন আৰ চি ভাৰতীয় জনতা পাৰ্টীয়ে মানি লব নোৱাৰে। দিল্লীত যেতিয়ালৈকে বিজেপি চৰকাৰ থাকে তেতিয়ালৈ কোনো ভয় নাই । কাশ্মীৰৰ ৩৭০অনুচ্ছেদ ৩৫(ক) ধাৰা সম্পৰ্কত বক্তব্য প্ৰদান কৰি তেওঁ কয় যে চৰকাৰে কাশ্মীৰৰ বাবে যিমান টকা পইচা দিলে তাৰ কোনো নিকাচ লব নোৱাৰে । ৮ শতাংশ ভোটাৰে নিৰ্বাচিত কাশ্মীৰ চৰকাৰে ৩৭০ অনুচ্ছেদৰ বাবে দূৰ্নীতি কৰি আছে । ইয়াৰ পুৰ্বে বক্তব্য প্ৰদান কৰি এমট্ৰণৰ অধ্যক্ষ ঋতুপুৰ্ণ শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাস আৰু ৩৭০-৩৫(ক)ৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই ।

Conclusion:আজিৰ সভাত কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি বিভূতা বৰগয়াৰী,চিৰাং জিলাৰ সভাপতি বিপ্লৱ দে,নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ ধৰ্মনাৰায়ণ দাস,অসম নেপালী সভাৰ প্ৰাক্তন সভাপতি অৰ্জন চেত্ৰী, বাক্সা জিলাৰ বিজেপিৰ সভাপতি ৰাজেশ বড়ো আৰু যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক উপস্থিত থকাৰ লগতে উক্ত সভাতে কংগ্ৰেছ দলকে ধৰি বিভিন্ন দল সংগঠনৰ কেইবাগৰাকী ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

ভাষ্য : অশোকানন্দ সিংঘাল ঢেঁকীয়াজুলীৰ বিধায়ক ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.