ETV Bharat / state

তামুলপুৰত নৱ শৰণীয়াৰ সমৰ্থনত বাইক ৰেলী

শুকুৰবাৰে তামুলপুৰত নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত তামুলপুৰ বাৰেইগাঁৱৰ মেডিকেল চকৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা বাইক ৰেলী বাহিৰ কৰে সমৰ্থকসকলে

তামুলপুৰত নৱ শৰণীয়াৰ সমৰ্থনত বাইক ৰেলী
author img

By

Published : Apr 19, 2019, 4:24 PM IST

বাক্সা, 19 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫ নং কোকৰাঝাৰ সমষ্টিত তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান ৷ শুকুৰবাৰে তামুলপুৰত নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত তামুলপুৰ বাৰেইগাঁৱৰ মেডিকেল চকৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা বাইক ৰেলী বাহিৰ কৰে সমৰ্থকসকলে । বাইক ৰেলীত ফ্লেগ অফ্ কৰে তামুলপুৰ অবড়ো সুৰক্ষা সমিতিৰ সভাপতি বৰুণ কলিতাই । বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক সমৰ্থকে অংশ গ্ৰহণ কৰা বাইক ৰেলীত নৱ কুমাৰ শৰণীয়া জিন্দাবাদ শ্ল'গান ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰে ৷

তামুলপুৰত নৱ কুমাৰ শৰণীয়াৰ বাইক ৰেলী ।

সপ্তদশ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫ নম্বৰ কোকৰাঝাৰ সমষ্টিত সকলো প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰচাৰ অভিযান তিব্ৰৰ হৈ পৰিছে । তেনেতে শুক্ৰবাৰে দিনৰ ১২ বজাত নৱ কুমাৰ শৰণীয়াৰ সমৰ্থক সকলে তামুলপুৰ বাৰেইগাঁওৰ মেডিকেল চকৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা এক বাইক ৰেলীৰে উলিয়াই । উক্ত বাইক ৰেলীৰ ফ্লেক অফ কৰে তামুলপুৰ অবড়ো সুৰক্ষা সমিতিৰ সভাপতি বৰুণ কলিতাই । ৰেলীটোত সমৰ্থক সকলে নৱ কুমাৰ শৰণীৰ জিন্দাবাদ , নৱ কুমাৰ শৰণীয়াৰ জয়ে ৰাইজৰ জয় আদি শ্লো গান দি আগবাঢ়ি যায় । আজিৰ বাইক ৰেলীত নৱ কুমাৰ শৰণীয়াৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক সমৰ্থকে অংশগ্ৰহণ কৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.