ETV Bharat / state

দৰঙত সমিতিৰ বিৰুদ্ধে বিহু দলক অপদস্থ কৰাৰ অভিযোগ

author img

By

Published : May 12, 2019, 2:45 PM IST

বিহু অনুষ্ঠানলৈ যোৱা পথত দলটোৰ গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে চুক্তি অনুসৰি 30 মিনিট পলমকৈ বিহু বাকৰিত উপস্থিত হৈছিল ৷ ইয়াতে খৰ্গহস্ত হৈ বিহু সমিতিৰ একাংশ বিষয়ববীয়াই বিহু দলটোক বিভিন্ন ধৰণ কটাক্ষ কৰাৰ লগতে প্ৰযোজকগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

গোৰেশ্বৰৰ বৰদৈচিলা বিহু দল

তামুলপুৰ , 12 মে': দৰঙৰ ৰাজঘাটত বিহু সমিতিৰ একাংশ বিষয়ববীয়াই সময়মতে উপস্থিত হ'ব নোৱৰাৰ বাবে গোৰেশ্বৰৰ বৰদৈচিলা বিহু দলক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যান্ত্ৰিক বিজুতিৰ বাবে প্ৰায় 30 মিনিট পলমকৈ বিহু অনুষ্ঠানত উপস্থিত হৈছিল বিহুদলটো ৷

গোৰেশ্বৰৰ ৰংমহল বৰদৈচিলা বিহু দলটোয়ে আমন্ত্ৰণ মৰ্মে 10 মে'ৰ নিশা দৰং জিলাৰ ৰাজঘাটত বিহু পৰিবেশন কৰিবলৈ উপস্থিত হৈছিল ৷ বিহু অনুষ্ঠানলৈ যোৱা পথত দলটোৰ গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে চুক্তি অনুসৰি 30 মিনিট পলমকৈ বিহু বাকৰিত উপস্থিত হৈছিল ৷ ইয়াতে খৰ্গহস্ত হৈ বিহু সমিতিৰ একাংশ বিষয়ববীয়াই বিহু দলটোক বিভিন্ন ধৰণ কটাক্ষ কৰাৰ লগতে প্ৰযোজকগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

লগতে দলটোক মঞ্চত বিহু পৰিবেশন কৰিবলৈ দি দলটোৰ প্ৰাপ্য মাননি নিদিয়াকৈ তাৰ পৰা খেদি পঠিয়াই দিয়া বুলিও দলটোৱে জানিবলৈ দিয়ে ৷ অৱশেষত উপায়ন্তৰ হৈ বিহু দলটোৱে সেই স্থান ত্যাগ কৰি দৰং জিলাৰ বুঢ়া আৰক্ষী চকীত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷

Intro:সময় মতে উপস্থিত হব নোৱাৰাৰ বাবে অপদস্ত কৰিলে গোৰেশ্বৰৰ বৰদৈচিলা বিহু দলক।
দৰঙৰ ৰাজঘাট এই ঘটনা।
যান্ত্ৰিক বিজুতিৰ বাবে প্ৰায় ৩০টা মিনিট পলম কৈ উপস্থিত হৈছিল বিহুদল টি।Body:তামুলপুৰ ,১২/৫/২০১৯
গোৰেশ্বৰৰ ৰংমহল বৰদৈচিলা বিহুদলটিয়ে আমন্ত্ৰণ মৰ্মে বিহু গাবলৈ উপস্থিত হৈছিল দৰং জিলাৰ ৰাজঘাট ত ১০মেৰ নিশা ১০বজাত।পথত দলটিৰ গাড়ীখন ৰ যান্ত্ৰিক বিজুতিৰ বাবে দলটিয়ে চুক্তি অনুসৰি ৩০ মিনিট পলম কৈ বিহু বাকৰিত উপস্থিত হৈছিল।ইয়াতে খৰ্গহস্ত হৈ বিহুসমিতীৰ একাংশ কৰ্মী য়ে বিহু দলটিক অকথ্য কথা কোৱাৰ লগতে প্ৰযোজক গৰাকীক গতিয়াই মাটিত পেলাই দিয়ে।বিহু দলটিক মঞ্চত বিহু পৰিবেশন কৰিব দি দলটিৰ প্ৰাপ্য মাননী নিদিয়াকৈ তাৰ পৰা খেদি পথায় বুলি দলটিয়ে জানিবলৈ দিয়ে।
উপায়ন্তৰ হৈ দলটিয়ে সেই স্থান ত্যাগ কৰি দৰঙ জিলাৰ বুঢ়া আৰক্ষী চকীত ঘটনাৰ সুমিমাংখাৰ বাবে এখন এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে আজি কেবা বছৰৰ পৰা গোৰেশ্বৰ অঞ্চলৰ বিহু দল সমুহক দৰঙ জিলাত সামান্য কথাতে অপদস্ত কৰি আহিছে আৰু এই ঘটনা সমুহে গোৰেশ্বৰ অঞ্চলৰ সচেতন লোক চিন্তিত কৰি তুলিছে।
১২/৫/২০১৯
তামুলপুৰ ৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.