ETV Bharat / state

বৰমাৰ বিভিন্ন ঠাইত স্বাস্থ্য বিভাগৰ চেনিটাইজেশ্যন - বৰমাত স্বাস্থ্য বিভাগৰ চেনিটাইজেশ্যন

বৰমাৰ বিভিন্ন ঠাই চেনিটাইজেশ্যন ৷ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সহযোগত বৰমাৰ বাট-পথ, আৰক্ষী থানা, দোকানসমূহ চেনিটাইজ কৰা হয় ৷ উপস্থিত থাকে বৰমা ৰাজহ চক্ৰ বিষয়া মৃণাল হালৈ ৷

বৰমাৰ বিভিন্ন ঠাইত স্বাস্থ্য বিভাগৰ চেনিটাইজেশ্যন

author img

By

Published : Apr 27, 2020, 5:22 PM IST

বৰমা, 27 এপ্ৰিল : আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সহযোগত সোমবাৰে বৰমাৰ বিভিন্ন ঠাই চেনিটাইজ কৰা হয় ৷ বৰমাৰ বাট-পথ, আৰক্ষী থানা, দোকানসমূহত চেনিটাইজেশ্যন কৰা হয় ৷ চেনিটাইজেশ্যন কৰা সময়ত উপস্থিত থাকে বৰমা ৰাজহ চক্ৰ বিষয়া মৃণাল হালৈ ৷

বৰমাৰ বিভিন্ন ঠাইত স্বাস্থ্য বিভাগৰ চেনিটাইজেশ্যন

উল্লেখ্য যে, এই চেনিটাইজেশ্যন প্ৰক্ৰিয়া কেইদিনমানলৈ চলি থাকিব বুলি ৰাজহ চক্ৰ বিষয়া মৃণাল হালৈয়ে সদৰী কৰে ৷

লগতে পঢ়ক : কৰিমগঞ্জত বন গাহৰিৰ আক্ৰমণত আহত তিনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.