ETV Bharat / state

বাক্সাত নিৰ্বাচন আয়োগৰ দ্বাৰা ভোট প্ৰদানৰ সজাগতা অনুষ্ঠান

author img

By

Published : Mar 24, 2021, 9:24 AM IST

মঙলবাৰে বাক্সা জিলাতো নিৰ্বাচন আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা হয় ভোট প্ৰদানৰ সজাগতা সভা ৷ জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শন কৰি ভোটাৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে ৷

As_baksa_baksa-voting-awarenewss-campaign_img__as10029
বাক্সাত নিৰ্বাচন আয়োগৰ দ্বাৰা ভোট প্ৰদানৰ সজাগতা অনুষ্ঠান

বাক্সা, 24 মাৰ্চ: ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ তিনিটা দিন বাকী ৷ ইতিমধ্যেই পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আটাই সমূহ ৰাজনৈতিক দল-সংগঠন ৷ ইয়াৰ মাজতে সাধাৰণ ৰাইজকো ভোট প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত সজাগ কৰি তোলাৰ উদ্দেশ্যে কেইবা ঠাইটো অনুষ্ঠিত কৰা হৈছে সজাগতা সভা ৷

মঙলবাৰে বাক্সা জিলাতো নিৰ্বাচন আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা হয় ভোট প্ৰদানৰ সজাগতা সভা ৷ জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শন কৰি ভোটাৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে ৷ ইয়াৰ উপৰিও বিশেষভাৱে সক্ষম লোকসকলেও ঘৰতে থাকি ভোট দান কৰিব পৰা ক্ষমতা সন্দৰ্ভটো ৰাইজক এই নাটসমূহৰ দ্বাৰা বিষদভাৱে বৰ্ণনা কৰা হয় ৷

লগতে পঢ়ক-দেশজুৰি ঘোষণা কৰা লকডাউনৰ এটা বছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.