ETV Bharat / state

বাক্সাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ - যোগান মন্ত্ৰীৰ

পৰিৱৰ্তনৰ শ্ল’গানেৰে চৰকাৰ গঠন কৰা বিজেপি এতিয়া মুল্যবৃদ্ধি ৰোধ কৰাত বিফল হৈ পৰিছে ৷ মূল্য বৃদ্ধি ৰোধত বিফল হোৱাৰ অভিযোগ তুলি বাক্সাত যোগান মন্ত্ৰী গ ’বেক, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

বাক্সাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ
বাক্সাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ
author img

By

Published : Nov 1, 2020, 2:21 PM IST

বাক্সা ,1নবেম্বৰ: দেওবাৰে বাক্সাৰ ৰাজপথত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ ৷ পৰিৱৰ্তনৰ শ্ল’গানেৰে চৰকাৰ গঠন কৰা বিজেপি নাতৃত্বাধীন চৰকাৰখনে এতিয়া মুল্যবৃদ্ধি ৰোধ কৰাত বিফল হৈ পৰিছে ৷ আকাশলংঘী হৈ পৰিছে বজাৰৰ প্ৰতিটো বস্তুৰ দাম ৷ প্ৰতিটো সামগ্ৰীৰে হৈছে জুই চাই দাম ৷ যাৰ ফলত এতিয়া অসুবিধাৰ সন্মুখীন হব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ ৷

বাক্সাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ
দেওবাৰে মূল্য বৃদ্ধি ৰোধৰ বাবে বাক্সাৰ বাঁহবাৰী বাগান বজাৰত ছাত্ৰ সংগঠন আছু, আছা, এবিএমছুৰ উদ্যোগত যোগান মন্ত্ৰী ফনিভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰা হয় ৷ লগতে যোগান মন্ত্ৰী গ ’বেক, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: 78 কোটি টকীয়া বেকী ব্ৰীজত ছিৰাল ফাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.